হাতৰ আখৰৰ কথা
ওঁ সৰস্বতী মহাভাগে বিদ্যৈ কমললোচনে।বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে॥
উপহাৰ
শ্ৰী________________________________________________________________________________________
অৰ্পণ
’হাতৰ আখৰৰ কথা’ ছাত্ৰ-ছাত্ৰীসকলৰবাবেই যুগুত কৰা হৈছিল।সেই ছাত্ৰ-ছাত্ৰীহঁতৰহাততে অৰ্পণকৰিলো।
আখৰৰ আদি কথা।প্ৰাচীন কালৰ তিনিটা লিখা পদ্ধতি—:চুমেৰীয় ত্ৰিকোণী পদ্ধতি-১:মিছৰীয় চিত্ৰ পদ্ধতি-২:ভাৰতীয় : সিন্ধু উপত্যকাৰ মোহৰ পদ্ধতি -৩আদৰ্শ হস্তলিপি-আখৰ লিখাৰ সঁজুলিআখৰ লিখাৰ প্ৰণালী-আখৰৰ প্ৰকৃত ৰূপ-হস্তাক্ষৰৰ সাধাৰণ দোষ আৰু প্ৰতিকাৰ—ভাইটিহঁতক কেনেকৈ শিকাবা-বিৰাম চিহ্ন আৰু তাৰ ব্যৱহাৰপৰিশিষ্টলিখা সঁজুলিৰ নাম আৰু তাৰ ব্যৱহাৰ প্ৰণালী-আখৰ কোন ফালৰপৰা আৰম্ভ কৰিবা : চাৰ্টৰ নমুনা।অসংযুক্ত আৰু সংযুক্ত আখৰ -আকৃতি অনুসাৰে প্ৰেছৰ আখৰৰ নাম-বিভিন্ন জোখৰ কিছুমান কাগজৰ নাম -কি কাগজত কি চিয়াহী খাটে –কি চিয়াহী (ৰং) মিহলালে কি চিয়াহী হয় -কেইটামান চিয়াহী প্ৰস্তুত কৰা প্ৰণালী –
১
৪৬৭৯১১১৪১৬১৯২৩২৫
৩০৩৪৩৫৩৮
৩৯৪০৪১
ঙ্কুঙ্ক্ষুঞ্ছুন্দুত্তৰ্ত্তৃন্ঠদ্ধ্বন্ত্বচ্ছুম্নুপ্মড্গ
ঙ্কৃণ্ডুঞ্জুম্দ্ধক্তৃৰ্ত্তিন্ঠিৰ্দ্ধ্বক্কুচ্ছৃৰ্দ্ধপ্সড্ড
ঙ্খুম্ভুম্পুস্তুজ্বণ্টদ্দন্দ্বট্টচ্ছ্ৰত্থক্সল্গু
ঙ্গুগুম্ফুঞ্চূজ্জ্বণ্টিদ্দৃন্ধ্বট্টিৰ্চ্ছৰ্ব্ভল্গফ্ল
ঙ্ঘুঞ্চুম্ত্তম্ভ্ৰত্তৃণ্টীদ্দ্বন্ধ্ৰৰ্জ্জুল্লুপ্লল্ডম্ৰু
শ্ৰুদ্ৰুব্ৰূষ্ট্ৰীব্লুশ্চজ্নঙ্খুশ্নস্ফুদ্ভুস্ক্ৰুস্ত্ৰু
ভুত্ৰুপ্ৰূষ্ট্ৰিফ্লুশ্ছচ্ঞৰ্শ্বথ্বহ্মহ্লস্থুস্কু
ব্ৰুস্ৰূধ্ৰূষ্টীপ্লুব্জষ্টুহ্নশ্ৰীক্ৰন্দ্ৰন্মুস্ৰ
প্ৰুশ্ৰূদ্ধ্ৰষ্ট্ৰস্খব্ঝগ্ধহ্ণখ্ৰীক্ৰুস্পৃহ্ৰষ্প্ৰ
ধ্ৰুভ্ৰূত্ৰূষ্ঠিগ্দজ্ঞষ্ণুধ্নস্পুম্প্ৰস্কৃক্ষ্বদ্ভূ
কলা+বগা = মাটিয়া।বগা+ৰঙা =গোলাপী।কলা+নীলা =গাঢ় নীলা।কলা+হালধীয়া= পিতল বৰণীয়া সেউজীয়া।ৰঙা + নীলা = মেৰুন।নীলা+বগা = পাতল নীলা।পিতল নীলা + বগা = আকাশী নীলা।ৰঙা + পিতল নীলা =বেঙেনা ফুলীয়া।কলা+ৰঙা+হালধীয়া =পাতল মুগা।কলা+নীলা+হালধীয়া = গাঢ় সেউজীয়া।কলা+হালধীয়া + পিতল নীলা =ঘন সেউজীয়া।ৰঙা+হালধীয়া+নীলা =মুগা।ৰঙা + হালধীয়া + পিতল নীলা = ঘন কলাহালধীয়া + ৰঙা + বগা = উজ্জ্বল ৰঙা।
Comentarios
Cargando comentarios…