কথা-গীতা
যত্ৰাসীদ্ভগৱানসীমমহিমাগৌৰাঙ্গৰূপীস্বয়ং
তত্ৰৈকোহখিলপুণ্যভূমিৰমৰস্ৰোতস্বতীৰোধসি।
শ্ৰীমদ্ভাগৱতাৰ্থভাষণচণঃ কৃষ্ণৈকতানান্তৰঃ
শ্ৰীমান্বৈষ্ণৱসত্তমোদ্বিজকুলে গৌৰাঙ্গনামাবসৎ।।
সত্বেকদা কিল পিতুৰ্লঘুসোদৰেণ
নাৰায়ণেন সহভূসুৰ কুঞ্জৰেণ।
শ্ৰী কামৰূপবিষয়ান্তৰৱস্থিতং তৎ
সৌমাৰপীঠমগমদ্গজৰত্নৰম্যম্।।
তস্মিম্নেকোদ্বিজকুলমণিৰৱংশিগোপালনামা
ৱাৎসীদ্দ্বিষ্ণোশ্চৰণনলিনধ্যানসংসিদ্ধকামঃ।
শ্ৰীমদ্দামোদৰগুৰুচতুসত্ৰমূলাধিকাৰী।
শশ্বদ্বিষ্ণোশ্চৰণকমলপ্ৰেমভক্তিপ্ৰচাৰী।।
শ্ৰুত্বৈতৎ পৰয়ামুদান্তিকমগাস্যাত্মনিষ্ঠাবতঃ
শ্ৰীমদ্ভাগৱতীয়পদ্যনিচয়ং গৌৰাঙ্গআৱৰ্ত্তয়ন্।
মেধাং সোস্য বিমৃষ্য ধৰ্ম্মবিষয়াং নিষ্ঠাঞ্চ শিষ্টাগ্ৰণী
ৰ্ধৰ্ম্মাচাৰ্য্যপদে ন্যযুঙ্ক্ততমথোশিষ্যাংশ্চতস্মৈ দদৌ॥
অথ সমজনি নাম তস্ব্যাৱংশে।
ভজনবলেন বশীকৃতাত্তৱংশে।
ডমৰুধৰ ইতি প্ৰসিদ্ধনামা
ডমৰুধৰপ্ৰতিমোবিশুদ্ধধামা।।
আসীত্তোলনদেৱ ইত্যভিহিতস্তত্ৰৈব নেবাৰ্চ্চনে
শশ্বৎ সন্নিতোদুৱাৰিবড়ুৱাৱংশোদ্ভ্বোযোদ্বিজঃ।
সত্বেকাং শুভকন্যকামজনয়ল্লক্ষীমিৱাম্ভোনিধি-
স্তস্যাঃ শ্ৰীঘনকান্তিনামবপুষশ্চিহ্লং বিলোক্যাকৰোৎ॥
বাল্যেজ্ঞানবতীশিৱাৰ্চ্চনৰতিঃ শান্তাগভীৰাকৃতিঃ
পিত্ৰোৰ্ভক্তিমতী চৰিত্ৰবসতিৰ্দীনানুকম্পাৱতী।
শিল্পজ্ঞানৱতী সদাধৃতিমতী বিদ্যাৱতী হ্ৰীমতী
কালেভ্ৰাতৃমতী বিলক্ষণগতিঃ সাভূচ্ছুভে জাগ্ৰতী॥
অথ ডমৰুধৰস্তৎ-পাণিমাদত্তকালে
গ্ৰহতিথিশশিতাৰা-কাললগ্নেমনুকুলে।
উপগতবতীকালে ধৰ্ম্মতস্তত্ৰপত্ন্যং
তনয়মজনয়ম্মাং হেমচন্দ্ৰাভিধানম্॥
কিঞ্চায়ং প্ৰতিযামমৰ্চ্চিতশিবোবিশ্বেশ্বৰস্যালয়ে
কাশ্যাং ন্যস্যকলেৱৰং শিৱচতুৰ্দ্দশ্যান্তুযামেস্তিমে।
জ্ঞানেনৈৱশিৱত্বমাপসহসা নামস্মৰন্ শ্ৰীহৰেঃ
কীৰ্ত্তিং স্থাপিতৱাংশ্চসুস্থিৰতৰাং কাশ্যাং
স্বদেশেপি চ॥
অজ্ঞস্য মে পৰবতঃ পিতৰৌসুতস্য
নাস্তীহ যৎ কিমপি বামৃণমুক্তয়েতৎ।
গীতামৃতং ভগৱদুক্তমিদং যুৱাভ্যা
মুৎসৃষ্টমদ্যতুময়ান্তৰজাতভক্ত্যা॥
“নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমম্।দেবীং সৰস্বতীং চৈব ততোজয়মূদীৰয়েৎ”॥
সৰ্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ।পাৰ্থোবৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ॥
গীতা সুগীতা কৰ্ত্তব্যা কিমন্যৈঃ শাস্ত্ৰ বিস্তৰৈঃ।যা স্বয়ং পদ্মনাভস্য মুখপদ্মবিনিসৃতা॥
গবামনেক বৰ্ণাণাং ক্ষীৰস্যাপ্যেক বৰ্ণতা।ক্ষীৰবৎ পশ্যতে জ্ঞানং লিঙ্গিনস্তু গবাং যথা॥
“কৰ্ম্মণা লভতে ভক্তিংভক্ত্যা জ্ঞানমৃপালভেৎ।জ্ঞনান্মুক্তিম্মতা তেবি সত্যং সত্যং ময়োচ্যতে॥”
“অগ্ৰতঃ চতুৰোবেদাঃ পৃষ্ঠতঃ সশৰং ধনুঃ ।উভাভ্যাং চ সমৰ্গোহহং শাপাদপি শৰাদপি॥”
“আপুনি পণ্ডিত বহু শাস্ত্ৰক পঢ়াইলা।সি কাৰণে তান নাম “বড়ওঝা” ভৈলা॥”
“শুনা বাপু ভট্টদেৱ কৰিয়োক মন।বৈষ্ণৱৰ পদে যাই লৈয়োক শৰণ॥কৃষ্ণত শৰণ যিতো নৰে নলৱয়।কদাচিতো নুগুচে সংসাৰ মৃত্যুভয়॥ভক্ত ভক্তি ভগৱন্ত কহয় শাস্ত্ৰত।আক নজানিয়া নৰে পড়ে সংসাৰত॥নিশ্চয় শৰণ যেবে লৈলেক সন্তত।নথাকয় অহঙ্কাৰ তাহাৰ দেহত॥সংসাৰ তৰিলা সিতো জানা নষ্ট কৰি।তুমি যাই সন্ত-গুৰু মানি ভজা হৰি॥” — ভূষণ-দ্বিজ৷
“মহাতেজৱন্ত বৃদ্ধ শৰীৰ অত্যন্ত।ভক্তি যেন মূৰ্ত্তি ধৰি প্ৰকাশ কৰন্ত॥”—ৰামৰায়।
“নমিলন্ত যাই দামোদৰ চৰণত॥অবনত ভাবে প্ৰভু বোলয় বচন।ভব তৰিবাৰ হেতু কৰায়ো শৰণ॥” — ৰামৰায়।
“দামোদৰ পদে প্ৰভু লৈলন্ত শৰণ।সঙ্গোপাঙ্গে দিলা কৃষ্ণ নাম মহাধন॥ভট্টাচাৰ্য্য দেৱে দামোদৰক ভজিলা।প্ৰিয় শিষ্য জানি দেৱে সমস্তে কহিলা ॥ —ৰা—ৰা ৷
“আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা ।কথাবন্ধে একখণ্ড ভাগৱত কৰা ॥পূৰ্ব্বে মহাপুৰুষে কৰিলা দশস্কন্ধ ।কীৰ্ত্তন ভটিমা চবি দুলৰী সুছন্দ ॥৩৩৮তাত কৰি সুগম কৰিয়ো ভাগৱত ।স্ত্ৰীশূদ্ৰ সৰ্ব্বলোকে বুঝে যেন মত॥”—ৰা-ৰা।
প্ৰভুৰ আজ্ঞায়ে বাৰ কন্ধ ভাঙ্গিকথাৰূপ কৰিলন্ত।গীতা ৰত্নাবলী, কথাৰূপে তাকো,কৰিলন্ত বিৰচন ॥স্ত্ৰী শূদ্ৰ শিশু সমস্তে বুঝয়পঢ়ন্তে নাহি দূষণ ॥ ৯২৭ —ৰা-ৰা।
প্ৰভু দামোদৰৰ আজ্ঞায়ে মহাশন্ত।শ্লোক ভাঙ্গি ভাগৱত কথা কৰিলন্ত ॥অবিৰোধে স্ত্ৰী শূদ্ৰ চাণ্ডালে পঢয় ।সঙ্খেপিয়া কথাৰূপ কৈলা মহাশয়॥ ৯৪২ ৰা–ৰা।
ভাগৱত শুনি তাৰা সন্তোষ লভিলাকথা-ভাগৱত বড়নগৰে কৰিলা ॥ ২৯১ ৰা-ৰা।
“কিন্তু এত খানি, বহু কথা ভৈলেপুথিয়ো হইবে বড় ।বাহ্ৰয় কন্ধৰ, কথাক লিখিতেলাগিবে পাত বিস্তৰ ॥এতেকে ইহাক, কহিতে নপাৰিনকৰিবে কেহোঁ যত্ন।সঙ্ক্ষেপ কৰিয়া, সাৰমাত্ৰ লৈয়াকৰা কথা কবিৰত্ন॥” ২২৫ ৰা–ৰা।
“অয়ং নিজপৰোবেত্তি গণনাং লঘুচেতসাম্।উদাৰচেতসাং পুংসাং বসুধৈব কুটুম্বকম্॥”
“ভতিজাত তেজি মৰ্ম্ম, আনক দিলেক ধৰ্ম্ম,পালিবৰ যোগ্য হেন দেখি।”
“যি কালে গীতাৰ কথা কৰা মহাসন্ত।সেহিকালে “আত্মসাৎ” কৰি ধৰিলন্ত॥দ্বাদশ কন্ধৰ কথা যি কালে দিলন্ত।সেহিকালে “আত্মসঙ্গী” কৰিয়া লৈলন্ত॥” —ৰা-ৰা।
শ্ৰীমদ্দামোদৰবৰ সদোমণ্ডপেসাধুযুষ্টেতিষ্ঠন্ শ্ৰীকৃষ্ণদিষ্টাত্তদনুগতৰতৌ সৰ্ব্বশাস্ত্ৰাণুসাৰাৎ।শ্ৰীমদ্ভক্তিববেকগ্ৰন্থমকৰোৎ শাকেষুগ্নিবেদেষুভিশ্চন্দ্ৰেমাঘদিনে দিনেশদিবসে তেনৈবতুষ্যেদ্ধৰিঃ ॥ ভ, বি৷
শ্ৰীকৃষ্ণোনিজধামগোহখিল জনান্ দৃষ্টাতু পাপাশয়ান্সৎধৰ্ম্ম প্ৰথনেচ্ছয়া কলিযুগে দামোদৰাখ্যোহভবৎ।শাকে দিঙ্মঅনুসঙ্খ্যয়াবিগণিতে ধৰ্ম্মানজনানগ্ৰাহয়ণ্শাকে দ্যম্বৰবানচন্দ্ৰগণিতেহগচ্ছৎ পুনৰ্ধামষু॥
“শুনি দামোদৰ দেৱে বুলিলা বচন।পৰীক্ষিত ৰাজ্যত আছয় যতজন ॥ ৭৫৩ইদানীক সবে আল্লা খোদাই বোলক।” ৰা–ৰা।
“কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ।ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥এই হেতু গড় বান্ধি যুঝিবে বুলিলা।তান আজ্ঞা লই সবে বিবাহ কৰিলা ॥”
“বছৰে বছৰে, পঢ়াই ভাগৱত,কৰা ছাত্ৰ অধ্যাপন।কৰি সুশিক্ষিত যাক যেন মতনাম দেন্ত তপোধন॥
এহি ক্ৰমে এক অযুত ব্ৰাহ্মণ,ভাগৱতী কৰিলন্ত।অনুৰূপে বস্ত্ৰ, পৰিধান দিয়া,সবাকে নাম দিলন্ত॥
সহস্ৰ সংখ্যাত মেধী পাতিলন্ত,কামৰূপ প্ৰদেশত।শ্ৰীদামোদৰ দেৱৰ ধৰ্ম্মৰমহিমা বঢ়াই ৰাজ্যত॥”
“মহোৎসৱ কালে, একস্থান হোৱে,বিংশতি হাজাৰ নৰ ॥ ৯২৪মেধী মহাজন, ব্ৰাহ্মণ সজ্জন,সবে হোৱে একস্থান।প্ৰভু ভট্টদেৱ, সমস্তকে দেস্ত,চাৰিবিধ অন্ন পান ॥ওজা পালী নট, নটুৱা বিয়াস,ব্ৰাহ্মণ যতেক যান্ত।দানে মানে সম- স্তকে সন্তোষিয়া,বিদায় দিয়া পঠান্ত ॥”
“অসম ৰাজ্যৰ, পৰা বেহাৰৰ,সীমা কৰি কামৰূপ।ভট্টদেৱ আজ্ঞা, বাধন্তা নাহিকে,যেন চক্ৰবৰ্ত্তী ভূপ। ৯২৮
দুতয় ৰাজ্যৰ, ভকতি পন্থৰ,ভট্টদেৱ দণ্ডধাৰী।যত মেধীগণ, আছে স্থানে স্থান,সমস্তৰে অধিকাৰী॥”
“শুনা কবিৰত্ন তুমি ব্যাস সমসৰ।তুমি মোৰ বান্ধৱ অপৰ দামোদৰ॥”“যাতে তুমি সম পণ্ডিত গহন,ইতো যে দেশত নাই।”
“পণ্ডিত গহন, প্ৰচণ্ড পৰম,যাক সম নাহি কেৱ ।পদ পদাৰ্থত, জোৰন্তা নাহিকসাক্ষাতে যে ব্যাসদেৱ ॥মহা সন্তধীৰ, গুণৰ মন্দিৰ,পণ্ডিতৰ শিৰোমণি॥”
“স্বদেশী বিদেশী, পণ্ডিত সকলে,বাদ কৰিবাক চান্ত।শ্ৰীভট্টদেৱৰ, কক্ষা লাৰিবাক,বিচাৰি সন্ধি নাপান্ত।”
“তান মুখে পঢ়ি বেদ গীতা ভাগৱত।পশ্চিমা সমন্তে পাইলা যশস্য। লোকত।
“ভট্টদেৱ হাতে এক পাত নিৰ্ম্মালাক।পালে যেন আনন্দতে পাৱে বৈকুণ্ঠক॥”
“যি থানত ভট্ট, দেৱ বসি থাকা,পদৰেণু লোকে লৱে।পদৰেণু লন্তে, মাটি খান্দি নেন্তে,এক হাত খাল হোৱে॥”
“বাহিৰত বেড়া দিয়া অন্তৰত,দেখিবা সকলো মিচা ।কৰ্ম্মৰ ভাগক, লোকক দেখায়া,আপুনিও আচৰিবা ॥”
“নিবাস হেন, তনয় মৰিলদুই ভাৰ্য্যা লগে গৈলা।ভকতিৰ কিনো, আশ্চৰ্য্য মহিমা,বিৰক্ত প্ৰভু নভৈলা ॥”“দেখে ভট্টদেৱ, পূৰ্ব্বৱতে ৰসিআছন্ত ৰঞ্জি সভাক।হৰিষ বদনে, ভাগৱত ব্যাখ্যা,কৰিবাক লাগিছন্ত ॥”
Comments
Loading comments…