জোনবাইৰ দেশৰ সাধু
জোনবাইৰ দেশৰ সাধু
লেখিকামাধন ভূঞাগ্ৰন্থস্বত্বলেখিকাৰপ্ৰথম প্ৰকাশ২০১৯বেটুপাতৰাজীৱ গোস্বামীডি.টি.পি.হীৰা বৰাআৰ্হিপাঠদিব্যজ্যোতি ভূঞা, ধ্ৰুৱজ্যোতি গায়ন
প্ৰকাশকপুৰণিগুদাম শতদল শাখা সাহিত্য সভাপুৰণিগুদাম, নগাঁও (অসম)মূল্যঃ- ৪০ টকামুদ্ৰণপূৰ্বোত্তৰ প্ৰকাশন এণ্ড প্ৰিন্টাৰ্চনগাঁও (অসম)ৰাজীৱ গোস্বামীফোন নং- ৯৪৩৫০৬০২৬৮
অৰ্পন
সাধু শুনি ভালপোৱা মোৰ মৰমৰ নাতিশ্ৰী নম্ৰতা শইকীয়া (অম্মু) আৰু তাইৰ লগৰীয়াসকলৰ হাততপ্ৰীতিৰেআইতামাধন ভূঞা
কিমধিকমিতিজয়তু ভাষা জননী৬ শাওন, ৫৭০ শঙ্কৰাব্দইং ২৩ জুলাই, ১৯
সঁচাকৈ মনৰ জোৰহে আচল কথা। সাহসী লোকককোনো ভূত প্ৰেতে পাব নোৱাৰে।
পৰিশ্ৰমী হ'লে আচলতে মানুহে নিজৰ ভাগ্য নিজেই নিৰ্ণয়কৰিব পাৰে।
শালিকী এ লথৌ থৌএইখিনিতে আছিলেজাৱৰ খুঁচৰিকোনে বাৰু লৈ গ'লটেটু মুঁচৰি।
ভেঁকোলা ভেঁকুলীৰ বিয়া হেবৰুণ দেউ বৰষুণ দিয়া হে।
“ৰাম ৰাম খহুলা ভেকুলীৰ.......ৰাম ৰাম বিয়াখন পাতিছে....হৰি মোৰ ঐ ৰাইজে বেৰি বেৰি চাই—হে’
ৰাম ৰাম খহুলী ভেকুলীকৰাম ৰাম নোৱাইছে ধুৱাইছেহৰি মোৰ ঐ আনন্দে নধৰে হিয়া হে।ৰাম ৰাম ৰঙতে খহুলীৰাম ৰাম জপিয়াই ফুৰিছেহৰি মোৰ ঐ কইনা হ’বলৈ পা-ই-হে।
ফুল চন্দন তুলসীভৰিল কি নভৰিলখুহুলী মাকৰ কলচী।দাদাই পাৰি দিয়া খাও হেফুল চন্দন তুলসীভৰিল নে নভৰিলকহুলী (কন্যাৰ) মাকৰ কলচী॥গা-ধুই উঠিয়েই........খহুলী ভেকুলী......ঐ ৰাম কি সাজ পিন্ধিব পায় হে.....গাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰামসেই সাজ পিন্ধিব পায় হে
“তুলসীৰ তলে, মৃগ পহু চৰেঐ ৰাম গোঁসায়ে হৰ ধনু ধৰে”।
আচলতে বিকলাঙ্গ বুলি একো কথা নাই। এই সকলোবোৰ আমাৰসমাজৰ সম্পদ। এওঁলোকক কেতিয়াও অৱহেলা কৰিব নাপায়।
কেৰ্কেটুৱাই তামোল খাইনেউলক ধৰি কিলাই।
Comments
Loading comments…