শিল্পীপ্ৰাণ উমেশ বৈশ্য
সোঁৱৰণীৰ অলেখ ভাষাশিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য(স্মৃতিচাৰণ আৰু মূল্যায়ন)
সম্পাদনাড° শেখৰ জ্যোতি বৈশ্য
বাণী প্ৰকাশযশোৱন্ত ৰোড, পাণবজাৰগুৱাহাটী-১
পাৰফেক্ট ইমেজাৰ্ছ, ৰাজগড় ৰোড, ৪নং উপপথ কাষত, গুৱাহাটী-০৩ফোন : ৯৮৬৪১-৫৫৭৮৮, E-mail: [email protected]
জন্ম : ৩/১০/১৯৩৯ ইংবালিলেছা, নলবাৰী
মৃত্যু : ১/৮/১৯৯৮ ইংবিৰুবাৰী, গুৱাহাটী
জন্ম : ৩/১০/১৯৩৯ ইংবালিলেছা, নলবাৰী
মৃত্যু : ১/৮/১৯৯৮ ইংবিৰুবাৰী, গুৱাহাটী
তলমল জীৱনৰ খৰতৰ স্ৰোতেৰেতুলি যাওঁ উত্তাল বান,মৰা সুতি, বিল, খাল আছে যত সমাজৰকৰি যাওঁ সকলো সমাননিকা হ’ক এই মাটিখান।
● উমেশ বৈশ্যৰ স্মৃতিচাৰণ১। উমেশ বৈশ্যৰ সোঁৱৰণত একাষাৰ ✍️ নলিনীধৰ ভট্টাচাৰ্য২। অনুজ উমেশ বৈশ্যৰ স্মৃতিত ✍️ ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য৩। সহপাঠী বন্ধু উমেশ চন্দ্ৰ বৈশ্যঃ মই জনা মানুহজন✍️ ড° বসন্ত কুমাৰ ভট্টাচাৰ্য৪। বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ ৰিজু হাজৰিকা৫। প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ দুৰ্গা কান্ত শৰ্মা৬। আমাৰ সান্নিধ্যৰ বাৰ বছৰ ✍️ লাবণ্য চন্দ্ৰ ভট্টাচাৰ্য্য৭। ‘গীতশ্ৰী'ৰ সোণালী দিনবোৰ, বৈশ্যদা আৰু আমি...✍️ পুলকেশ বৰুৱা৮। প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ লাভেশ্বৰী দাস৯। বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ ৰমানাথ গোস্বামী১০। দৃঢ়প্ৰতিজ্ঞ, আত্মবিশ্বাসী আৰু যুক্তিবাদী এজন মানুহ✍️ দীনেশ নাথ১১। অগ্ৰজপ্ৰতীম বন্ধু প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য ✍️ দণ্ডধৰ চক্ৰৱৰ্তী১২। ভাতৃপ্ৰতীম পৰম সুহৃদ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত✍️ মানিক চন্দ্ৰ দত্ত১৩। প্ৰয়াত বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণত ✍️ সুৰেন কাকতি১৪। হেৰাইয়ো হেৰোৱা নাই স্বৰ্গীয় উমেশ বৈশ্যদেৱ✍️ ড° সৰলা ভূঞা১৫। প্ৰয়াত উমেশ বৈশ্যঃ ৰসজ্ঞ, বিজ্ঞ, অভিজ্ঞ আৰু সংগীতজ্ঞঃআজি বহুতৰে নমস্য ✍️ ৰামচৰণ পাঠকপ্ৰয়াত উমেশ বৈশ্যৰ স্মৃতিত একাজলি অৰ্ঘ✍️ ড° অসমী গগৈ১৭। স্মৃতিবাহী নদীৰ তীৰত স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণ✍️ চৈয়দ কাইয়ুম কবীৰ আহমেদ
১৫১৭
২০২৬২৯৩১
৪৩৪৮৫২
৫৮৬৭
৭৩৮১
৮৫
৮৯
৯২
৯৬
৪৩। স্মৃতিৰ টুকুৰা ✍️ অৰুণজ্যোতি বৈশ্য• উমেশ বৈশ্যৰ স্মৃতিত কবিতা১। হে প্ৰিয় বন্ধু ✍️ যোগেশ মল্ল বুজৰবৰুৱা২। স্মৃতিৰ সঁফুৰাত সযতনে ৰাখিছোঁ তোমাক ✍️ মীৰা ঠাকুৰ৩। শ্ৰদ্ধাঞ্জলি ✍️ তৰুণ চন্দ্ৰ বৰুৱা৪। তুমি... তোমাৰ কবিতা... ✍️ অচিন্ত্য কৃষ্ণ শৰ্মা৫। সপোন ✍️ প্যাৰী মোহন ডেকা৬। অনুৰাগ ✍️ ৰূপম মজুমদাৰ৭। নিৰুদ্দেশ যাত্ৰা ✍️ দিপ্তী ভড়ালী৮। তোমাক সাৱটি ধৰোঁ ✍️ ডাঃ ৰাজীৱ ভট্টাচাৰ্য৯। দোঁ খাই অহা আকাশ ✍️ দিলীপ কুমাৰ দাস• উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন১। প্ৰবীন কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ দুআষাৰ২। পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকাদেৱৰ এষাৰ৩। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰসমালোচনা।৪। ধীমান সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্মাদেৱৰ অভিমত৫। সাহিত্যযোগী বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ৬। তীক্ষ্ণধী পণ্ডিত সাহিত্যিক শ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ৭। অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বুৰঞ্জীবিদশ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ৮। বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচক ড° হীৰেন গোহাঁইৰএকাষাৰ৯। জ্যেষ্ঠ কবি, বিশিষ্ট সাহিত্যিক শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱৰঅভিমত১০। জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামীৰ একাষাৰ১১। অনুভৱৰ এষাৰ ✍️ ড° অমৰজ্যোতি চৌধুৰী১২। প্ৰগতিৰ গান : উমেশ বৈশ্য ✍️ এম. কামালুদ্দিন আহমেদ১৩। প্ৰয়াত উমেশ বৈশ্যৰ সুৰ বিচাৰি বাৰ বছৰ : এটি পৰ্যালোচনা✍️ ড° নীলোৎপল শৰ্মা১৪। নীৰৱ সমাজ সংস্কাৰক প্ৰয়াত উমেশ বৈশ্য ✍️ অপৰ্না বণিক্য
১৭৯
১৮৭১৮৯১৯১১৯৩১৯৫১৯৬১৯৭১৯৮১৯৯
২০৩২০৬
২০৭২০৯২১১২১২
২১৩
২১৪
২১৬২১৯২২০২২১
২২৪২২৮
১৫। উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ এক জাতীয়প্ৰেমৰ গীতৰ পুথিৰ চমু আলোচনা ✍️ ড° অনন্ত মাধৱ দত্ত১৬। গীতিকাৰ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ : এটি অৱলোকন✍️ দীনেশ নাথ১৭। প্ৰয়াত উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ : এটি অভিমত✍️ খৰ্গেশ্বৰ শৰ্মা১৮। উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’: আমাৰ উপলব্ধি ✍️ শংকৰ দাস১৯। উমেশ বৈশ্য ডাঙৰীয়াৰ ৰচিত ‘প্ৰগতিৰ গান’সংকলনটোৰ এটি মূল্যায়ন ✍️ ডাঃ শৰদিন্দু বিশ্বাস২০। এখন ভাল লগা কিতাপ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’✍️ বীনা বৰুৱা২১। গীতৰ সংকলন ‘প্ৰগতিৰ গান’ ✍️ প্ৰদীপ কুমাৰ বৰ্মন২২। উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ ✍️ মিহিৰ দেউৰী২৩। প্ৰয়াত উমেশ বৈশ্য : সংগীতৰ ঝঙ্কাৰেৰে সমাজকৰজনজনাই তোলাৰ এক প্ৰয়াসৰ নাম ✍️ ৰতন পাল২৪। প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ মাধুৰ্য : এটি বিশ্লেষণ✍️ মুকুট পাঠক২৫। প্ৰয়াত উমেশ বৈশ্যৰ ‘সুৰ বিচাৰি বাৰ বছৰ’এটি পৰ্যালোচনা ✍️ ড° অনন্ত মাধৱ দত্ত২৬। মিলন গীত (হিন্দী) ✍️ মানিক চন্দ্ৰ দত্ত২৭। প্ৰগতি গান (হিন্দী) ✍️ কাকলি গোহাঁই⚫ প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ পাতনি''⚫ প্ৰয়াত উমেশ বৈশ্যৰ সৃষ্টিকৰ্ম সম্পৰ্কে বিভিন্নজনৰ মতামত⚫ প্ৰয়াত উমেশ বৈশ্যৰ ডায়েৰীৰ পৃষ্ঠা⚫ সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল⚫ অন্যান্য (শোক প্ৰস্তাৱ, চিঠি-পত্ৰ, বংশাৱলী,আলোক চিত্ৰ ইত্যাদি)
২৩৭
২৩৯
২৬০২৬৩
২৬৫
২৭১২৭৩২৭৪
২৭৫
২৮০
২৮৫২৮৮২৯০২৯১৩০৫৩১৩৩২১
৩৯৯
১। আমিও গৈছিলোঁ এ বালিলেছাৰ ভথেলী।শগুণগাথাৰ লেছেৰী বাটত বৰষুণে পালে॥
২। যাৰ নাই ঘৰবাৰী, সি যায় নলবাৰী॥
সহপাঠী বন্ধু উমেশ চন্দ্ৰ বৈশ্যঃমই জনা মানুহজন
১। ‘স্বৰ্গীয় উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ পঢ়িলোঁ। ভালপালোঁ। ৰাইজে সাবটি ল’ব।’
—ড° ভূপেন হাজৰিকা
২। ‘প্ৰগতিৰ গান’ পঢ়ি মই বৰ ভাল পালোঁ।... পাঠকেনিশ্চয় তেওঁৰ লেখা আদৰি ল’ব।’
—ড° মামণি ৰয়ছম গোস্বামী
৩। 'I went through the book "Pragatir Gaan"...I aliked its artistic presentations.'
—Prof. Amarjyoti Choudhury
৪। ‘এনেবোেৰ ব্যক্তি (উমেশ চন্দ্ৰ বৈশ্য)ৰ কথা মনলৈআহিলেই আৰ্ণল্ড কথিত মাধুৰ্য আৰু দীপ্তিৰ কথা মনলৈআহে। তেওঁৰ গীতৰ অধিক চৰ্চা হওক।’
—এম. কামালুদ্দিন আহমেদ
‘গীতশ্রী’ৰ সােণালী দিনবােৰ, বৈশ্যদাআৰু আমি....
“শান্তি ভূমি ৰাঙলী কৰিৰঙা শোণিতৰ আহিল বানশত সন্তান হেৰুৱাই আজিহ’ল জননী ম্ৰিয়মান॥
.....................................চৌদিশে জ্বলি ৰণৰ অগনিদহিলে দেশৰ কোমল প্ৰাণনুমাব লাগিব লেলিহান শিখাজাগাহে দেশৰ ন-জোৱান।”
উৎসবে ব্যসনে চৈব দুৰ্ভিক্ষে শক্ৰসঙ্কটোবা (ৰাষ্ট্ৰবিপ্লবে)ৰাজদ্বাৰে শ্মশানে চ যস্তিষ্ঠতি স বান্ধবঃ॥ (য তিষ্ঠতি)
ৰাজদ্বাৰে শ্মশানে যে সঙ্গী হয়ে ৰয়,ভয়ানক উপদ্ৰব আৰ দূৰ্ভিক্ষেৰ সময়।সুখে পায় সুখ আৰ দুঃখে পায় দুখ,সে জন বান্ধব হলে গৰ্বে ভৰে বুক।
দৃঢ়প্ৰতিজ্ঞ, আত্মবিশ্বাসী আৰুযুক্তিবাদী এজন মানুহ
মাটিৰ শৰীৰ ইটো মাটিত মিলিবধুনপেছ মিছা কিয় লাগিছে কৰিব,চুলিত ধৰিছে যমে এতিয়াই নিবহেন জানি মনে তেওঁ ধৰ্ম আচৰিব।
অথিৰ ধন জন জীৱন-যৌৱনঅথিৰ এহু সংসাৰ,পুত্ৰ পৰিবাৰ সবহু অসাৰকৰব কাহেৰি সাৰ।
তলমল জীৱনৰ খৰতৰ স্ৰোতেৰেতুলি যাওঁ উত্তাল বান,মৰা সুতি, বিল, খাল আছে যত সমাজৰকৰি যাওঁ সকলাে সমান,নিকা হ’ক এই মাটিখান।
ভাতৃ প্ৰতীম পৰম সুহৃদ প্ৰয়াত উমেশ বৈশ্যৰসোঁৱৰণত
“কৃষক বনুৱা মোৰ, দিয়াচোন মনএতিয়াও কিয় নিদ্ৰামগন?
আমাৰ শ্ৰম দেখোঁ ঘাম হৈ সৰেবুকুৰ তেজ দেখোঁ পানী হৈ পৰেতথাপি নুগুচে ভোক আমাৰ পেটৰকৰোঁ মাথো সংগ্ৰাম জীৱন মৰণ॥
সৌ চোৱা জিলিকে বিলাস-ভবনতিল তিল তিল কৰি ৰক্ত শোষণতোমাৰ দেহৰ, আমাৰ দেহৰসহস্ৰ বনুৱাৰ কোমল দেহৰকিয় বাৰু বুজা নাই ক্ষুধাৰ্ত জনতাএতিয়াও কিয় হোৱা নাই সচেতন?..... (প্ৰগতিৰ গান)
বাসাংসি জীৰ্নানি যথা বিহায়নৱানি গৃহণাতি নৰোৎপৰানিতথা শৰীৰাণি ৱিহায় জীৰ্ণানন্যানি সংযাতি নবানি দেহী। (গীতা ২/২২)
Full many a gem of purest ray sereneThe dark unfathomed caves of ocean bear.Full many a flower is born to bush unseen,And waste its sweetness on the desert air. •
সমাজত জুই জ্বলােৱা জনকবধ কৰোঁগৈ আহদুখীয়াক লৈ খেল খেলােতাকনাশ কৰোঁগৈ আহ।
বঙ্গ আমাৰ বঙালী আমিলুইতপৰীয়া হলোঁ আহিনেপাল আমাৰ আমি নেপালীলুইতপৰীয়া হলোঁ আহি...
আমি ফুলি আছোঁ ভাগে ভাগেএই ফুলনিত মহাৰঙেনতুন নতুন ৰঙীন সপোনজাগে আমাৰ প্ৰাণে প্ৰাণে।
জীৱন সংঘাত নেওচিজলধাৰ সাধনাৰেবিকশিত কৰিছিলাতোমাৰ সুপ্ত প্ৰতিভা।
তুমি আছিলা অতি সুন্দৰসুন্দৰতা যে তোমাৰ সৃষ্টিমণি মুকুতাৰে সজাইগঢ়িছিলা অমৰ স্তম্ভ।
মুক্ত মনেৰে,দক্ষতাৰেতোমাৰ দীক্ষাস্মৰণীয়—
শুভ্ৰ হৃদয়ৰজ্ঞান দাতা তুমিপাইছিলো সাক্ষাৎহৈছিলো সহযোগীকৰ্মৰ আদি ক্ষণত--
মনিষ হৈ জন্মিলেওনহয় তুমি সাধাৰণআছিল তোমাৰ প্ৰতিভাশিক্ষা সমাজতে জিলিকা৷●
জন্মিলেই মৰিব লাগে এয়া চিৰন্তন নীতি,কাৰােবাবে এই নিয়মৰ নহয় বিচ্যুতি।মাথাে দুদিনৰ আগ পিছ সময়ৰ ঘাট,প্রতি জীৱৰ এনে দশা অন্তিম অৱস্থাত।যি পথৰ পথিক বন্ধু উমেশ বৈশ্য,মৰতত চলি থাকে একেই দৃশ্য।ক্ষুদ, ব্যাধি, জড়া, পতন, কোনাে কাৰণতেজীৱাত্মাই সজাতি এৰে ভাগ্য সূচীমতে।জন্মিছিলে বন্ধুৱে বালিলেছা ধামত,উনৈশ ঊনচল্লিছ চনৰ তিনি অক্টোবৰত।পিতৃ-মাতৃ, প্রতিবেশী আনন্দত মজিলে,শংকৰৰ নামেৰে উমেশ ৰাখিলে।উচ্চ শিক্ষা আৰম্ভিলে নলবাৰী কলেজত,সুখ্যাতিৰে মােকোলালে পথ উচ্চ শিক্ষাৰ।উনৈশত বা বলাই আওৰায় সংগীতৰ সুৰ,শাস্ত্রীয় সংগীতেৰে কৰে জনতাক জুৰ।সদায় হাঁহিমুখীয়া বন্ধু নাই কপটতাৰ লেশ,ঘটা নাছিল কোনাে দিন হিংসা অৱশেষ।শিক্ষা বিস্তাৰৰ চাকৰি অতিকে মহান,প্ৰৱেশিলে অধ্যাপনাত কৰি জ্ঞান দান।সুন্দৰ সুঠাম দেহ যেনে মনােমােহা,হাঁহিৰে শুৱনি কৰে প্ৰতি সভাৰ আভা।উন্নতিৰ জখলাৰে বহে আচার্যৰ আসনত,কর্তব্য নিষ্ঠাই বিয়পালে খ্যাতি সর্বত্রত।যদিও বন্ধুৰ গৰিমা প্রচাৰ অতি দুর্লঙ্ঘ্য,তথাপি স্মৃতিৰ পাপৰিত যাচিলোঁ প্ৰীতিৰ অর্ঘ্য।●
সৰ্বে সুখীননা ভৱন্তু, সৰ্বে সন্তু নিৰাময়াঃসৰ্বে ভদ্ৰানি পশ্যন্তু মা কচিৎ দুখভাগ্ ভবেৎ॥ওম শান্তিঃ শান্তিঃ শান্তিঃ।
মাতুলোযস্য গোৱিন্দ পিতাযস্য ধনঞ্জয়।শোভিমন্যঃ বিনশ্যতে নিয়তিকেন বাধ্যতেঃ॥
হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহাতুমি আহা আহা আহাআমাৰ চোতালত বিহগছ গজিছে।ভাঙি চিঙি উৰুৱাই নিয়া নিয়া।
মাকন বৈশ্যবালিলেছা, নলবাৰী
“কিমান ৰচিলা কিমান গালাপ্ৰণয় মধুৰ গানকত যে শুনিলো শিল্পী তোমাৰবিৰহ গধুৰ তান॥
*** ***
গোৱা শিল্পী আৰ্ত্তজনৰজীয়াই থকাৰ গানগোৱা শিল্পী কণ্ঠ কঁপাইউদ্দীপনাৰ তান॥”
“হৃদয়ৰ ছন্দেৰে গাই গৈছিলাসত্য আৰু সুন্দৰৰ গান আৰু বিলাই ফুৰিছিলাপ্ৰজ্ঞাৰ গাঠি খুলি খুলি সাহিত্যৰ সৌৰভ।বিজ্ঞানৰ সূত্ৰঅঙ্ক শাস্ত্ৰৰ জটিল ধাৰা।”
দুকুৰি বছৰ আগত এটি শুভমুহূৰ্ততহৈছিলো পৰিচয় নলবাৰী কলেজতনতুন আশা নতুন কল্পনাসুন্দৰ ভৱিষ্যত গঢ়াৰ আশাবোৰ বুকুৰ মাজত॥
গম্ভীৰ পৰিবেশ কলেজৰব্যক্তিত্বপূৰ্ণ পূজ্য প্ৰিঞ্চিপাল গোস্বামী ছাৰআৰু অধ্যাপক সকলভাই-ভনীৰ সম্বন্ধৰে ছাত্ৰ-ছাত্ৰীৰযেন পবিত্ৰ মিলনৰ থল॥
তাৰ মাজতে -সা ৰে গা পা ধা ৰেওচৰ চাপিছিলো বন্ধু আমিযেন একে সুৰতে মগন।জমিৰ চাৰৰ সুৰত সুৰ মিলাইশিকিছিলো বিষ্ণু-জ্যোতিৰ গান।
সূৰ্য্যৰ ভাগিন তুমিমুখমণ্ডলত যেন পূৰ্ণ চন্দ্ৰৰ জেউতিবহল কপাল উজ্জ্বল চকু মুখত নিৰ্মল হাঁহি,দৃঢ়তাৰে ধৰি ৰাখিছিলা সংস্কৃতিৰ গতি॥
পোছাকত তোমাৰ শুভ্ৰ ধুতি পাঞ্জাৱীদূৰ আকাশলৈ চাই গাইছিলা অন্তৰৰ গানকাহানিও নেদেখিলোতোমাৰ চকু মুখত বেদনাৰ চাৱনিএয়া যেন ভগৱানৰ তোমালৈ দান॥
মোৰ দ্বিতীয় পুৰুষেও ধন্য মানিছিলতোমাক গুৰু হিচাপে পায়।তুমিএ সিহঁতৰ কোমল অন্তৰতদিছিলা সঙ্গীতৰ তাল-লয়॥
আমি নাম দিছিলো তোমাকদ্বিতীয় বিষ্ণু ৰাভা।সদায়ে থাকিবা বন্ধু তুমিআমাৰ অন্তৰত যেন মচিব নোৱাৰা ৰেখা॥ •
জীৱন আৰু জীৱিকাৰ যাত্ৰাপথেৰে গৈ গৈতুমি এদিন অধ্যাপনাৰ দুৱাৰ খুলি মানুহ গঢ়াৰ শপত লৈছিলা।
ইয়াৰ পিছত আৰু ৰোৱা নাইজীৱন গঢ়াৰ ছাবি কাঠি হাতত লৈতুমি খুলি গৈছিলা প্ৰজ্ঞাৰ দুৱাৰ খিৰিকিজ্ঞান পিপাসু মগজুবোৰে বেঢ়ি ধৰিছিল চৌদিশে।
হৃদয়ৰ ছন্দেৰে গাই গৈছিলাসত্য আৰু সুন্দৰৰ গান আৰু বিলাই ফুৰিছিলাপ্ৰজ্ঞাৰ গাঠি খুলি খুলি সাহিত্যৰ সৌৰভ।বিজ্ঞানৰ সূত্ৰঅঙ্ক শাস্ত্ৰৰ জটিল ধাৰা।
পাঠশালাখনৰ ভিতৰে বাহিৰে তোমাৰ কণ্ঠৰ নিজৰাঝিম্ ঝিম্, ৰিম্ ৰিম্ বৰষাৰ গান।
আজিও বৰষে যেন গুণ-গুণ জলস্ৰোতৰ ফোয়াৰা এটি হৈআদৰ্শৰ মুকুতা মনিৰে তোমাৰ হৃদয়ৰ বাখৰুৱা সাজ আৰুশব্দ শঙ্খৰ ধ্বনি, ৰিণিকি ৰিণিকি।
মনত পৰেনে সুহৃদতুমি ধুলি জোকাৰি বুটলি ফুৰিছিলাশিল্পী প্ৰতিভাৰ মুকুতাৰ মনি এথুপি-দুথুপি।
নাট্যশালাৰ বুকুত নিজকে বিচাৰি পাইঅন্য এক ৰূপত
কি যে উল্লাসিত প্ৰাণআস্, সোণত সুৱগা চৰা জীৱন তোমাৰ।
হয় হয়, ইতিহাসে গৰকি যোৱা সোণালী বুৰঞ্জীকতুমি প্ৰাণময় কৰি তুলিছিলা
অলেখ কাহিনী, অলেখ মঞ্চ, অলেখ চৰিত্ৰই অভিনয়ৰসোণালী মঞ্চৰে দোলা দি যোৱা জীৱন তোমাৰ।
চৌদিশে সিঁচৰিত হৈ থকা ঘটনা পৰিঘটনাবোৰেপ্ৰাণ পাই উঠি বাউলি মাতেহি তোমাক
তুমি শিল্পী প্ৰতিভাৰ এধানি মুকুতামঞ্চই মুহিত কৰিছিল তোমাকআৰু তুমি মুহিত কৰিছিলা অগণন শ্ৰোতা দৰ্শকক।
মানুহ তোমাৰ প্ৰিয়জন আৰুতুমি মানুহৰ আপোনৰো আপোন সুহৃদ
হে শিল্পী, সোঁৱৰণীৰ সেঁতুৰে গৈ গৈআমি খান্দি ফুৰিছোঁ তোমাৰ স্মৃতিৰ সুৰভি।
শিক্ষা গুৰুৰ অৰ্হতাৰে বিভূষিত হৈতুমি উপচি আহা ছাত্ৰৰ মনৰ মনিকূট ভৰিনাম ল’লা প্ৰজ্ঞাৰ আধাৰ।তুমি ছবিত বন্দী হোৱাৰে পৰাস্মৃতিৰ সঁফুৰা মেলি সযতনে ৰাখিছোঁ তোমাকআদৰি সাদৰি।
নীল সমুদ্ৰৰ এটি সোণালী নক্ষত্ৰ হৈ তুমি মাথোত’ৰে পৰা আশীষ যাচিবাআমি বুকু ভৰি লম সেই পবিত্ৰ নিৰ্মালী,তোমাৰেই নিৰ্মল জ্যোতিৰ।
বিৰুবাৰী পাহাৰৰ দাঁতিত আছিলহাবি ফালি ওলোৱা নিজৰা পাৰতাতেই ভেটি সাজি বাস কৰাজনশ্ৰদ্ধাৰ উমেশ বৈশ্য চাৰ।
অতুল ৰমেন দুই ভাতৃৰেসমলয় গঢ়ে বিভিন্ন বাদ্যৰে,তৰু তৃণে বতাহত নাচিছিলবৈশ্য কুটীৰৰ সুৰে সুৰে।
ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়িবলেশিক্ষকতা আছিল তেওঁৰ পণ,জিৰণীৰ সময়ত ঘৰতে পাতিছিলসুৰ তালৰ মধুৰ কানন।
ওচৰ চুবুৰীয়াৰে নাছিল কাহানিওদম্ভ, অহংকাৰ, খেয়লা-খেয়ালী,শিশুক উপদেশ দিবলৈ আছিলতেওঁৰ মৰম ৰসৰ ধেমালী।
বাসস্থানৰ এফালে আছিল ছপাশালকৰ্মই ধৰ্ম সমাজক বুজাব,বিলাসীতাৰ নতুন প্ৰবাহৰ দিনত
বিৰুবাৰীৰ ৰাইজে জানো বুজিব?বিৰুবাৰী-ৰিহাবাৰী সেৰেঙা বসতিতাতেই বৈশ্য চাৰ শিক্ষাৰ ৰোৱনী,নিৰক্ষৰৰ সন্তানক গঢ় দিবলৈপোৱা নাছিল কেতিয়াও আমনি।
বিৰুবাৰী, ৰূপনগৰ, প্ৰফেচৰ কলনিআৰু জোনাকপুৰো জনাৰণ্য হ’লহে মহিয়সী শ্ৰদ্ধা যাচিলোঁপৰিহাৰ কৰি সকলো কোলাহল।•
তুমি... তোমাৰ কবিতা...
অচিন্ত্য কৃষ্ণ শৰ্মা
ৰূপনগৰ, গুৱাহাটী
তুমি... তোমাৰ কবিতা... যেন... যেন..আলফুল বসন্তৰ দিপ্ লিপ্ ফুলতুমি... তোমাৰ কবিতা.. যেন... যেন...পদুলিৰ তুলসী তলত মাটিৰ আলোক-চাকিতুমি... তোমাৰ কবিতা...
আমি শত পাপৰ প্ৰতিনিধি - মাতাল শিশুপাল
আছে... নাই কি... আছে সকলোখিনি...আমাৰ আছে- পাপী মন... লুভীয়া-দৃষ্টি... সোৱাদ- তিতা চিন্তাজানো... নাজানো কি... জানো সকলোখিনিকথা কওঁ উগ্ৰ কণ্ঠে... কথা কওঁ বাৰুদেৰে...প্ৰদূষিত কৰোঁ অকণমানি সবৰ সত্বা
তেজেৰে নোৱালো-ধুৱালো সেউজ উপত্যকাযাপন কৰিছোঁ দস্যু জীৱন
আহা... কলৈ গ'লা হে কবি... আহা উভতি...আহি শুনোৱা পঢ়ি যৌৱনৰ সুগন্ধি কবিতাবৈ যাওঁক প্ৰেম-মন্দাকিনীপুনশ্চ প্ৰেমিক হওঁ আমি... পাহৰি পেলাও হিংস্ৰতা।
তুমি.. তোমাৰ কবিতা... যেন... যেন...থোৰ মেলা এডৰা শইচতুমি... তোমাৰ কবিতা... যেন... যেন...পুৱতি পখীৰ মাত কথা...•
ৰাতিৰ অন্ধকাৰতখোলা দুৱাৰ বন্ধ হ'ল।মৃদুকম্প নেৰেৰুদ্ধ শ্বাসত হৃদয়মোৰ কম্পমানৰাস্তাৰ পৰা বৈ আহিছিলএমুঠি জোনাকবেৰৰ ভঙা খিৰিকীৰেদিঠক,নে সপোন?ৰাতি দোভাগ...নিদ্ৰা দেৱীয়ে মোক মাতিছিলচিল্ মিল্ টোপনিৰ পৰাসাৰ পালোঁ।ৰাতি ফেঁচাৰ নিৰ্জনতা ভঙাসংকেত...খিৰিকীৰে জুমি চালোঁপোহৰ হ’বলৈ আৰুবেছি সময় নাইকাউৰী জাকে দূৰ দিগন্তলৈউৰি গুচি গ'ল কা - কা - কা - কৈদিনবোৰ কেনিবা গুচি গ'ল...মনত ৰৈ গ'লঅতীতৰ সপোন।•
আজি তুমি অহাৰ কথা আছিল...বাট চাই থাকোতেই আবেলি হ’ল...পুৱাৰ চৰাইজাকে নীড় মুখীতো মোক দেখিলে...দুটোপাল নিয়ৰ তৰ্জনী আঙুলীতলৈ থাকোতেই শুকাল..হাতৰ মুঠিত চিঙি অনা ফুল দুপাহোমৰহি যাওঁ যাওঁ...
ডিঙি শুকাই গৈ মই অধীৰ হৈ পৰিছো...থিয় হৈ হৈ মোৰ শিৰা-উপশিৰাত নাচিব লাগিছেজিন জিনিৰ নঙঠা নৃত্য...বেলিও ৰৈ ৰৈ ভাগৰি পৰিছে।পদুলিমুখৰ জেওৰাখনো বেঁকা হৈছেতাৰ বুকুয়েদি অলপ পিছত পাৰ হৈ আহিবজোনাকৰ মৌন সমদল...নিশাত মই তিতিব নোৱাৰোঁ...অনুৰাগে যে বাৰে বাৰে অহা-যোৱা কৰিছেকিবা হেৰোৱাৰ বেদনাত...ই কেনে কথা...কথা দি কথা নৰখাৰ..•
তুমি বিচাৰিছিলাকাহানিও মাটি হৈ নোযোৱামানুহবোৰৰ দয়া, মমতা চেনেহঅথবাকৰুণা।নাজানো তুমি কি পালামাথোঁ পোহৰ সিঁচিলা, গীতেৰেসুৰেৰে, কবিতাৰে।পোৱা নোপোৱাৰ দোমোজাতেভৰ দুপৰীয়াৰ ৰঙা বেলি মূৰত লৈবুকুত মেটমৰা স্মৃতিৰ বোেজাৰেতুমি গুচি গ'লা সিপাৰলৈ।ইপাৰে ধোঁৱাত মূৰ গুজিসকলো হেৰাল বুলিচেনেহীয়ে কান্দিলে, উচুপিহুক্হুকাই, হিয়া ঢাকুৰি।এৰি যোৱা, আধা আঁকা আলসুৱা সপোনেবাৰে বাৰে সকিয়াই।কঠোৰ সংগ্ৰামেই হেনো মানুহৰ জীৱন।আৰম্ভিলা তোমাৰ নিৰুদ্দেশ যাত্ৰাউৰুখা পঁজাৰ তলত চেনেহীৰ চকুৰ পতাততিৰ্বিৰাই জিলিকি ৰ’ল দুখৰ বন্যা।•
তোমাক সাৱটি ধৰোঁ(উমেশ বৈশ্য ছাৰৰ সোঁৱৰণত)
ডাঃ ৰাজীৱ ভট্টাচাৰ্য
ৰূপনগৰ, গুৱাহাটী
১। আমিবোৰ তেতিয়া সৰু সৰুনিশা পুৱতিজোনাক বিচাৰি ফুৰোঁগানৰ জোনাক
সুৰ-ধ্বনি তুলি, ভীম পলাশ্ৰী ৰাগৰতুমি এটি জোনাকীতোমাক গুন্ গুন্ কৈ সাৱটি ধৰোঁ
২। এটি সুৰে এখন পৃথিৱী সজোৱা দেখোতন্ময় এখন পৃথিৱীযি বুকু ফালি দিব পাৰেসুৰৰ কেঁচা - কোমল নিজৰা এটিতাৰ এচলুৰে গুচাও আমাৰ পিয়াহশইচৰ সুহুৰি সনা সুৰৰ পিয়াহ
৩। ঘৰবোৰ ধোঁৱাৰ আঁৰ হ’লঘৰবোৰ ছাই হ’লতোমাৰ সুৰৰ সঁজাৰ পৰা সিঁচা সঁচা সুৰতপত তেজত টোপাটোপে পৰকহিতাতে বিৰিঙি উঠক - সন্ধ্যাতোমাৰ সুৰৰ আৰতি।
দোঁ খাই অহা আকাশ
(দাদালৈ অশ্ৰু অঞ্জলিৰে)
দিলীপ কুমাৰ দাস।
ৰূপনগৰ,
গুৱাহাটী
তোমাৰ হাতত তুলসীদুচকুত শিশিৰ সিক্ত গোলাপবাসন্তী মুখতসূৰুযমুখী বাসনাতোমাৰ দৃষ্টিত নিৰিবিলি ছন্দচিৰ স্ৰোত এসাগৰ অমৃত সংলাপতোমাৰ হৃদয়ত দেখিছোঁআকণ্ঠ সুৰধ্বজাঅনিমেষ নীলিম আলোকী আকাশতোমাৰ আঘোণীয়া হাতৰ পৰশতসোণোৱালী শইচহালে-জালে সোণগুটিথুৰিয়া-থুৰি পোখা মেলে তিহিতি জোনাকতুমি বকুল হাতত লৈ ভালপোৱাএফাকি কপৌবেণী কবিতাতোমাৰ নাতিশীতোষ্ণ সেউজীয়া হাতকলিজাৰ কুকিত অলেখপ্ৰেমাতুৰ অনুভূতিহেঙুলী হাচনাহানাৰ সপোন
মোৰ হৃদয়ৰ দুপাৰে।তুমি মাদুৰি কপোৱাশীতল মাধুৰী মলয়াতোমাৰ আঙুলিৰ আগলিতএলানি সোণসেৰীয়া সোণাৰুআজি দুগালত তিবিৰাই নীলাভ অশ্ৰুতোমাৰ সুজলা-সুফলা সোঁৱৰণীতবট-বীজে চানি ধৰকচানি ধৰক চেনেহী আকুঁহি ধৰাকআজি আলফুলে আঁকোৱালি ল'লোস্নিগ্ধস্নাতা ব্ৰহ্ম নিৰ্মালী তোমাৰ॥
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন
‘তই যুক্তিযুদ্ধ কৰ’ নামৰ কবিতা সংগ্ৰহত থকা কবিতা কেইটি বতর্মান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কৰিমনৰ উতল। কবিতা কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্ৰেৰণা কবিয়ে অনুভৱ কৰিছে ইয়াত থকা কবিতা কেইটি তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্রিমতা ইয়াত নাই। বর্তমান সঙ্কটময় জাতীয় যুদ্ধৰ সন্ধিক্ষণত ৰণশিঙা বজোৱা এনে কবিতাৰ প্ৰয়ােজন হৈছে।
- তীর্থ নাথ শর্মা
চঞ্চল তুমি ৰূপহী কিশোৰীচঞ্চল তোমাৰ হাঁহি,হলো চঞ্চল দেখি মনোহৰপদুমী চকুৰ পাহি।চকুৰে জনাই মনৰ ব্যথাওচৰ চাপিলা আহি,ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁনোকোৱা কথাটি বুজি।
ধৈৰ্য্য বিনে আন মইনেদেখো উপায় আৰুআঁকি ল কল্পনাতেসখিৰ মূৰতি;তাকে চাই চাই তইগুচাব লাগিব তোৰআছে যত ক্ষুধা তৃষ্ণাঅসীমৰ প্ৰতি।
থকা কবিয়ে সেই উপলব্ধিৰ অন্তত শান্তি লাভ কৰিব নোৱাৰিলেহেঁতেন :শেষ হ’ল মোৰ বেদনা ভাগৰমন সুন্দৰ হ’ল,জীৱনৰ যত কলা এন্ধাৰনাইকিয়া হৈ গ'লসসীম মানৱে বিচাৰি বিচাৰিঅসীমক যে পালোঁ।পৰাণত জ্বলা বিৰহৰ জুইআজিহে নুমুৱালোঁ।
যোগেশ দাস
চেনিকুঠী,
গুৱাহাটী,
১৪ মাৰ্চ, ১৯৭১
পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকাদেৱৰএষাৰ
আশীৰ্বাদেৰে—শ্ৰীঅতুল হাজৰিকা
তপোবনগুৱাহাটী,৩।৬।৭১
চঞ্চল তুমি ৰূপহী কিশোৰীচঞ্চল তোমাৰ হাঁহিহলো চঞ্চল দেখি মনোহৰপদুমী চকুৰ পাহিত ভোল গৈ
সসীম মানৱে বিচাৰি বিচাৰিঅসীমক যে পালোঁপৰাণত জ্বলা বিৰহৰ জুইআজিহে নুমুৱালোঁ।
কোৱাহে বিহগী সৰগৰ দূতপ্ৰিয়া গল ক’ত উৰি?
ধীমান সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্মাদেৱৰঅভিমত
এঁৱা গাখীৰৰ দৰেশুধ বগা বৰণৰএখিলা কাগজ মোৰকুমলীয়া মন,লেশমানো কলাদাগঅকণিকে পৰা নাইজোনাকৰ দৰে বগাএই হিয়াখন।আঁকিব খুজিছা তুমিপ্ৰেমৰ তুলিকা ধৰিতোমাৰ মোহিনী ৰূপমোৰ পৰাণত,আঁকা সখি ৰং মনে
বুকু মেলি দিছোঁ মইজিলিকাই ভোলা মোক।তযু পৰশত।
মোৰ জীৱনৰ শুকান পুঁতিতধল হৈ নামিল কোন?মেঘে ঢকা মোৰ আকাশখনিতজোনবাই হ’ল কোন?কাৰ পৰশত জিলিকি উঠিলমন মন্দিৰ আজি,অন্তৰ মোৰ পুলকিত কৰিকোনে নো বজালে বাঁহী?
সাহিত্যযোগী বুৰঞ্জীবিদশ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ
তীক্ষ্ণধী পণ্ডিত সাহিত্যিকশ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ
অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বুৰঞ্জীবিদশ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ
সুৱাগপুৰগুৱাহাটী-৮২৩।১১।৭৯
বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচকড° হীৰেন গোহাঁইৰ একাষাৰ
অগণি জ্বলাই শান্তিভূমিতদূৰণিত সৌৱা কোন?দহন জাৰণ যন্ত্ৰণা চাই।মিচিকি হাঁহিছে চোন।
সাধুকথাৰ ইন্দ্ৰজালতপ্ৰগতি ৰুদ্ধ হ’লৰুদ্ধ কোঠাৰ অন্ধকাৰতবিকাশ বন্ধ হ’ল।
জ্যেষ্ঠ কবি, বিশিষ্ট সাহিত্যিকশ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱৰ অভিমত
যা-যা-যা-যা অসমীয়াসীমান্ত পাৰ হৈ যাকেনেকৈ ঘূৰিছে বিশাল পৃথিৱীচা চকু মেলি চা।
সেউজী পথাৰত গৰু চৰি ফুৰেইৰিণা বিৰিণা খাইবৰ বৰ বলধে ধাননি নাশিহেআনন্দে পেট পূৰায়।
জ্ঞানপীঠ বঁটা বিজয়ীড° মামণি ৰয়ছম গোস্বামীৰ একাষাৰ
“(আজি) লাচিতৰ পুলি পোখাৰ চিন চাব নাইধোদৰ পুলি পোখাই জকেমকাইকৰিছনে মন হেৰ অসমীয়া কাই?টং কৰি চা আমাৰ কিনো বিলাইজাগ্ৰত হ সেয়ে খোদ পুতাইএয়াতো শুৱাৰ সময় মুঠেই নহয়।”
“ফুল বাগিছাৰ মালী আমিআমাৰ চেনেহ প্ৰাণে প্ৰাণেসুবাস বিলাই জগৎ জিনিমসুবাস বিলাই জগৎ জিনিহ’ম কীৰ্তিমানএই যে আমাৰ পণ॥”
ড° অমৰজ্যোতি চৌধুৰীপ্ৰো-উপাচাৰ্যতেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
“নানা জাতিৰ সমন্বয়তআমি অসমীয়া,সেয়েহে আমাৰ সংস্কৃতিবাৰে বৰণীয়া,আমি ৰং বিৰঙৰ ফুল ফুলিছোঁনিজৰ নিজৰ ৰঙেনাচি বাগি খেল খেলিছোঁএখন ফুলনিতেযুগে যুগে আপোন সুখে।আমি জাতিষ্কাৰ॥”
“বড়ো মণিপুৰী খাচিয়া ত্ৰিপুৰী,খামতি ভগিনী গণ,আহা আগুৱাই লুচাই নাগিনীকৰোঁ আমি আলিঙ্গন॥”
“বড়ো মণিপুৰী নেপালী বঙালীৰাভা মিকিৰ মুছলমান,আহা পাঞ্জাৱী হিন্দুস্থানীগাৰো খৃষ্টিয়ানহিয়াৰ মৰম চেনেহ বিলাওঁগাওঁ মিলনৰ গান॥”আৰু“জনসমুদ্ৰ এই দেশৰ বিভিন্ন জাতিগণআহা আগবাঢ়ি নাশি ভেদাভেদগাওঁ মিলনৰ গান॥”
“হে ক্ষমতা, তোক ধিক্ শতধিক্নেতা নেত্ৰীৰ তই প্ৰতিজ্ঞা ভুলালিসেয়েহে, আজি তোক ধিক্হে ডাৱৰ, তোক ধিক্ শতধিক্দেশৰ নায়কৰ দৃষ্টি ঢাকিলি॥”
“ৰঙীন শিশুজীৱন আমাৰআমি নিষ্কলুষবিলাওঁ আমি প্ৰেমৰ আলোকআমাৰ হাঁহিমুখআমি মিলিজুলি খেলি ফুৰোঁবনে উপবনে॥”
“কান্দা লক্ষ্মীনাথ হিয়া ধুলি ধুলিঅসমীৰ মুখলৈ চাইতোমাৰে জীউলাউ অসমীয়া জাতিআজি মৰোঁ মৰোঁ হায়।”
“ভাগি গ'ল বীণখনি ছিগি গ'ল তাৰৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ।”—কবিৰ ভাষাৰে
“না বলিতে কাজ বুঝিয়া যে কৰেসেই সে সেৱক নাম”
“যদি তােৰ ডাক শুনে কেউ না আসেতবে একলা চল ৰে”
“মুকুতি যুঁজত ৰঙাফুল হৈমাতৃভূমিক চুমিপ্রাণ আহুতি দিয়াবীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত”।
“কলুষ কালিমা ধুই নিকা কৰিসুন্দৰ শিল্পীদল
আহা আগুৱাই হিন্দু ভাঙিদেশ গঢ়িবৰ হ’ল।।”
“(আজি) লাচিতৰ পুলি পােখাৰ চিন চাব নাইধােদৰ পুলি পােখাই জকেমকাইকৰিছনে মন হেৰ অসমীয়া কাই?টং কৰি চা আমাৰ কিনাে বিলাইজাগ্রত সেয়ে খােদ পুতাইএয়াতো শুৱাৰ সময় মুঠেই নহয়।”
“অতীতলৈ উভটি চাইনিজৰ নিজত্ব ৰাখ উজ্বলাইবিশ্বৰ ভালখিনি ল মিহলাইকর্মযােগী হৈ প্ৰগতিৰ বাটলৈআহ ওলাই;নহ'লে যাব তােৰ সকলাে হেৰাইঅতীতৰ খিয়াতিও যাব নুমাই”
“আমি জ্বালামুখীআগ্নেয়গিৰিআমাৰ বুকুত নাচে শােষক শ্রেণীযদি আমি জাগি উঠো জাগ্রত জ্বালামুখী
লেলিহান অগ্নিশিখাছাই হৈ উফৰিব অত্যাচাৰী দলআঁতৰি পলাব ঘােৰ অমানিশাহ’ব শেষ শােষণ পীড়নআমি ল'ম নতুন জীৱন”
“নাই কিয় তহঁতৰ চেনেহৰ বিহুটিতদল্দোপ দল্দোপ হেন্দোলদোপপশ্চিমৰ বতাহত উটি বুৰি মৰিছপাহৰিছ তই হে’ৰ তােক”
“নাচ-নাচ নাচনী নাচঅসুৰ মর্দিনী ৰূপ লৈএইবেলি নাচনহ'লে নহয় শেষসমাজৰ ক'লা মেঘনিজিলিকে আমাৰ আকাশ।”
“উদাস উদাস সুৰ ভুলি যােৱাশিল্পী-সুৰকাৰএই যে সময় জীৱন যুঁজৰশঙ্খ বজোৱাৰআমাক ৰণাঙ্গনৰ জয়গীতি গাইকৰাহে শক্তিমান।”
“গােৱা শিল্পী আর্তৰ্জনৰজীয়াই থকাৰ গানগােৱা শিল্পী কণ্ঠ কপাইউদ্দীপনাৰ তান”
“শুনাে হাহাকাৰ চৌদিশেঅশান্ত জন্মভূমি,সমাজ আকাশ ধোঁৱাময় আজিজুই শিখা উঠে জ্বলি।।অগনি জ্বলাই শান্তি ভূমিতদূৰণিত সৌৱা কোন?দহন জাৰণ যন্ত্রণা চাইমিচিকি হাঁহিছেচোন”
“হেৰা ছেগ বুজি বুজি নীতি সলােৱাভণ্ড যােগী জন,ভাবিছা কিয় এই দেশখনতােমাৰ পিতৃ ধন?”
“হেৰ মৃত্যুমুখী অসমীয়া,আজি তই তােৰ চিন্তা কৰ।শুই থাকোতে কোনে আজি তােকহেঁচি ঠেলি ঠেলি আঁতৰাই থৈদখল কৰিলে ঘৰএবেলি চিন্তা কৰ।।”
“এতিয়াও হেৰ আছে সময়ধৰ অস্ত্র ধৰশক্তিশালী অগ্নি কলম ধৰজ্ঞান সাধনাৰ গুণ গৰিমাৰক্ষুৰ তীক্ষ যুক্তি বুদ্ধিৰহেংদাং তুলি ধৰ”
“আহ আহ আমি একেলগে কৰোঁ ৰণবড়াে, মণিপুৰী, খাচিয়া, ত্রিপুৰী,খামটি ভগিনী গণআহ আগবাঢ়ি লুচাই, নাগিনী”কৰোঁ আমি আলিঙ্গনএকেলগে মৰোঁ একেলগে জীওঁএকেলগে কৰোঁ ৰণ”
“তােমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎতায়-তব জীৱনেৰ ৰথপশ্চাতে ফেলিয়া যায়
কীর্তিৰে তােমাৰ বাৰম্বাৰ,চিহ্ন তব পড়ে আছেতুমি হেথা নাই”
উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’এক জাতীয় প্রেমৰ গীতৰ পুথিৰ চমু আলােচনা
ড° অনন্ত মাধৱ দত্তলখিমীনগৰ, দিশপুৰ, গুৱাহাটী
ঐক্যবদ্ধ সুৰেৰে আমি প্রগতিৰ গীত গাওঁপথৰ কণ্টক আঁতৰাই আমিসমাজ গঢ়ি যাওঁআজি নতুন দিনৰ নতুন পুরাতহক এই অঙ্গীকাৰ।।*****আহ আহ আহ হেৰ অসমীয়াএতিয়াও আহ আহ হেৰ অসমীয়াবাহিৰে ভিতৰে হৈ অসমীয়াজিলিকাই তোলাে আমিবিশ্বৰ দৰবাৰকৃষ্টিৰে বিলাই সুবাস।।
মুক্ত কণ্ঠে আমি গাম প্রগতিৰ গাননতুন পুৰুষ আমি গঢ়িম নতুন অভিযান।।
গীতিকাৰ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ :এটি অৱলােকন
শান্তি হৰণ কৰিব যিয়েকৰিম তাক নিধন,এই যে আমাৰ বজ্রবাণীআমি দুর্নিবাৰ।
ঐক্য ডােলেৰে বান্ধ খাই কৰোঁপােহৰৰ অভিযান।
আমি অসমীয়া, আমি ভাৰতীয়আমি মহাজাতি মাতৃভূমি ভাৰতীআমাৰ দেশ মহানগাওঁ মিলনৰ গান।
ভাৰতবর্ষ আমাৰ দেশমিলন তীর্থ আমাৰ দেশআমি মহাজাতিমাতৃভূমি ভাৰতীআমাৰ দেশ মহানগাওঁ মিলনৰ গান।
দেশপ্রেমিক, তই ভুল পথে ওলালিক্ষমতান্ধ হৈ প্রতিজ্ঞা ভুলিলিজ্ঞানান্ধ হৈ তই আদর্শ নাশিলি,তােৰেই ভুলতে আজি দেশৰ মাটিতলেলিহান জুইশিখা জ্বলি উঠিল।
-নহ'লে নাবাচে কলুষ সমাজতসুন্দৰ মানুহৰ সৎ ভাৱনা।
চৌদিশে জ্বলি ৰণৰ অগণিদহিছে দেশৰ কোমল প্ৰাণনুমাব লাগিব লেলিহান শিখাজাগাহে দেশৰ ন-জোৱান।
নিদ্ৰা এৰি উঠা অসমীয়াএলাহ আতৰাইজিলিকাই তোলা জননীৰ মুখপোহৰ ছটিয়াই...
লাচিতৰ আদৰ্শ আমাৰ হাততমূলাৰ আদৰ্শ আমাৰ আগতগান্ধীৰ আদৰ্শ আমাৰ শিৰতসেই আদৰ্শত দীক্ষিত হৈবীৰদৰ্পে যুঁজি লভিম বিজয়।
সেই দুৰ্বৃত্ত নিধন যজ্ঞতযদি হয় প্ৰয়োজনদিম হাঁহি হাঁহি আত্মবলিদান।
গুৰুৰ বাণী আওকাণ কৰিভুল পথে গলোঁ আমিপ্ৰগতিৰ নামত হ’ল অধোগতিমানৱতা দিলোঁ বলি।
দুৰ্বল জনজীৱন ভূমিতসজা হয় যদি সমাজ কাৰেংনিঢলি পৰি চুৰমাৰ হ’বযাব ই ৰসাতল।
জন জীৱনক প্ৰথমেই কৰামহান শক্তিধৰতেতিয়াহে তোমাৰ আশাৰ কাৰেংবিশ্ব বুকুত জিলিকি ৰবজল্মল্ জল্মল্।
চৌদিশে আজি দেশৰ মাটিতশত্ৰুৰ পয়োভৰ।
দুৰ্বৃত্ত নাশ হ'লেহেসমাজ আকাশ ফৰকাল হ'বউৰিব কপৌজনী।
আহিব পাৰে কাকতি ফৰিংদিবা তাক উৰুৱাইপ্ৰয়োজন হলে হ’বা প্ৰহৰীঅগণি শিখা জ্বলাই।
তাকেই প্ৰগতি বুলি জয়ঢোল বাজিছেহাঁহি উঠে কথাটি ভাবি,ৰজা-প্ৰজা আদি সকলোৱে দিলেনৈতিকতাক বলি॥
আহিলেই চয়তান লম্পট চেঙেলিতাক ছটিয়াবা ছাঁই,থাপ মাৰি ধৰিবা, পিছলিব নিদিবাদুষ্টালি কৰিবা শেষ,
নহ'লে কেতিয়াও কোনোদিনে নহ'বনহ’ব বিপ্লৱ শেষ॥
নতুনৰ পিতৃ হে বিজ্ঞানী,তোমাৰ মহান উপহাৰজিলিকিব চিৰদিন সমাজ দেহতহৈ উজ্জ্বল কণ্ঠহাৰ,তোমাৰ কিৰণেৰে আলোকিত হৈআমি তোমাৰেই জয়গীতি গাওঁ॥
হোৱা শিল্পী পথৰ আলোকমানৱ সমাজৰকৰা সঞ্চয় তাৰেই বাবেলৌহ মনোবল॥
এয়াতো শুৱাৰ সময় মুঠেই নহয়,হিলদল ভাঙি তই আগবাঢ়ি যাদীপ্ত শিখাৰে আলোকিত হৈদিগন্ত পাৰ হৈ যাপৃথিৱী ভৰমি চা॥
কৰ্মযোগী হৈ প্ৰগতিৰ বাটলৈআহ ওলাই;নহ'লে যাব তোৰ সকলো হেৰাইঅতীতৰ খিয়াতিও যাব নুমাই॥
নেজানো আমি তোমাৰ স্বৰূপ হে সমাজ,যদি বিষাক্ত তোমাৰ স্বৰূপ হে সমাজ।নাসাজিবা সেই ৰূপেৰে,এই কামনাৰে।
যুক্তি তথ্য তোমাৰে হাততেযিহেতু মগজু আছে,সেই মগজুৰে শত বিনাশীসমাজৰ সৰু বৰ জাতিভেদ বিনাশীবচোৱা আমাৰে দেশ।
ছাঁই হৈ উফৰিব অত্যাচাৰী দলআঁতৰি পলাব ঘোৰ অমানিশাহ’ব শেষ শোষণ পীড়ণআমি লম নতুন জীৱন।
বৰে নিঘিণালে সৰুৰ কৰমজিলিকিব মানৱতা হিৰণ কিৰণ,তেতিয়াহে শ্ৰমে সীমা পাৰ হৈবিশাল পৰিধি চুব জনজীৱনৰতেতিয়াহে মৰ্যাদা আহিব শ্ৰমৰ।
নেতা নেত্ৰী গুৰু যত সমাজৰসমাজ গঢ়োঁতা যত কাৰিকৰলোৱাহে খবৰ আমাৰ ৰুগ্ন মনৰপঙ্গু অঙ্গ হলোঁ সমাজ দেহৰবচোৱা আমাক তুমি হে জ্ঞানীবৰ।
চোতালে চোতালে নৰকংকালমৃত্যু যন্ত্ৰণা,গোৱা শিল্পী আৰ্তজনৰজীয়াই থকাৰ গানগোৱা শিল্পী কণ্ঠ কঁপাইউদ্দীপনাৰ তান।
আমি জেতুকাৰ সেউজীয়া পাতনাচি থাকো হালিজালিৰঙা হিয়াবোৰ বেদনাৰে ভৰাতথাপি থাকো উমলি।
হে জ্ঞানীবৰ, তোমাৰ দেখোনজ্ঞানৰ প্ৰকাশ নাই।ঢালাচোন তোমাৰ জ্ঞানৰ কিৰণকিজানি উঠো উজ্বলি।
গুচোৱা এন্ধাৰ সমাজ বুকুৰদীপান্বিতা তুমিসমাজৰ যত কাকতি ফৰিংনিধন কৰাহে তুমিতোমাৰ বিমল পোহৰ ঢালিসমাজ কৰা ৰূপালী।
অজ্ঞানতাৰ এন্ধাৰ নাশিনানো যদি পোহৰ মাতিধীৰে ধীৰে ল’ব আমাৰঘৰে মলিন বেশএন্ধাৰ হ’ব দেশ॥
ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁপথৰ কণ্টক আঁতৰাই আমিসমাজ গঢ়ি যাওঁআজি নতুন দিনৰ নতুন পুৱাতহ'ক এই অঙ্গীকাৰ।
ৰজা প্ৰজা মিলি আহা আগবাঢ়িআমাৰে বিহুটি যায়
বাপতিসাহোন বিহু ৰাখিবলৈজাগা অসমীয়া ভাই।
বিহুৰ বৈজয়ন্তী তলতকৰোঁ আমি পণগগণচুম্বী উদাৰ অসীমহ’ক আমাৰ মনবিশাল মনৰ পৰিধিৰেবিশাল বিশ্বক আকোঁৱালিগাওঁ প্ৰগতিৰ গান।
বৰদৈচিলাৰ পৰশ লাগিবসুমতী নিকা হ’লপুৱাৰ হিৰণ কিৰণ পৰিপুৰণি আঁতৰি গ'লনতুন দিনৰ চমক লাগিআমি যে আত্মহাৰা।
যাম আগুৱাই লক্ষ্য পথতজীৱন ডিঙা বাইধৰ জোৰে ধৰ গুৰি বঠা ধৰভয় নাই ভয় নাই।
ভীষ্ম পণ কৰিছোঁঅসম মৰিলে আমিও মৰিমসাদৰ আহ্বান জনালোঁৰসৰাজৰ ৰসতে আজিগগণ পৱন মুখৰ হ’ল।
এলেহুৱা, কেলেহুৱা হেৰ অসমীয়াজাগ্ৰত হৈ তই আকৌ জ্বলাই তোল
দীপ্ত শিখাৰে আলোকিত হৈ,ভীৰু নাম দলিয়াইপুৰুষৰ চানেকিৰেবিশ্বত ৰাখ নাম বীৰ অসমীয়া।
আহ আহ আহ হেৰ অসমীয়াএতিয়াও আহ আহ হেৰ অসমীয়াবাহিৰে ভিতৰে হৈ অসমীয়াজিলিকাই তোলো আমিবিশ্বৰ দৰবাৰকৃষ্টিৰে বিলাই সুবাস।
...... ...... ...... ......সেই জ্ঞানহীন সন্তানে দেশৰ নায়ক হৈসোলোকাই দিলে তোৰ যশৰ মুকুটনিঃশেষ কৰিলে অতীতৰ সন্মান বিশ্ব বুকুত।নুমুৱাই দিলে তোৰ গৌৰৱ মণ্ডিত জ্ঞানৰ পোহৰৰুদ্ধ কৰিলে তোৰ বিশ্ববন্দিত জ্ঞানৰ দুৱাৰ।
সত্যক সাৱটি অসত্য নেওচিপ্ৰগতিৰ পথে পথে আহ ওলাই;নহ'লে যাব তোৰ সকলো হেৰাইঅতীতৰ খিয়াতি যাব যে নুমাই।
ক্ষুদ্ৰ মনৰ স্বৰূপ এৰি,বিশাল মনৰ পৰিধিৰেসত্য ৰূপত জিলিকি উঠাশিল্পী শতদল।জ্ঞানৰ আলোত সমাজ হওঁকসুন্দৰ সুবিমল।
আই ভাৰতীৰে সকলো জাতিৰেজিলিকি উঠিছে নিজৰে চিনাকিনিজকে নিচিনা অসমীয়া জাতিহেৰুৱাই চিনাকি মাৰিছে কিৰিলিতাকে গুণি গুণি মোৰ আই অসমীউচুপি উচুপি কান্দিছে।
ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁপথৰ কণ্টক আঁতৰাই আমিসমাজ গঢ়ি যাওঁআজি নতুন দিনৰ নতুন পুৱাতহক এই অঙ্গীকাৰ।
ভৰ জীৱনৰ মিলন বেলাতোজাউৰি-জাউৰি সুৰ,বিয়লি বেলাৰ মৰণ পৰতোবাজে বিষাদৰ সুৰ।সুৰ সাগৰত জীৱনে-মৰণেভাহি ভাহি ভাহি যাওঁ।
সুবাস বিলাই জগৎ জিনিমসুবাস বিলাই জগৎ জিনিহ'ম কীৰ্তিমানএই যে আমাৰ পণ।
সপোন পুৰীৰ মই ৰূপহীধৰা নিদিওঁ মইযাওঁ আঁতৰি।মই সৰগী সুখৰ মাধুৰীধৰা নিদিওঁ মইযাওঁ আঁতৰি।
মুকুতি যুঁজত ৰঙাফুল হৈচুমিলা মাতৃভূমি,তোমালৈ আমাৰ সহস্ৰ প্ৰণামলোৱা হে শ্বহীদ তুমি।
প্ৰয়াত উমেশ বৈশ্যৰ প্ৰগতিৰ গানঃ এটি অভিমত
আই অসমীৰ একেখন চোতালতআমি সালোজনী ভনীযুগ যুগ ধৰি একেলগে মিলিকৰিলোঁ ক'ত ধেমালি।
বড়ো মণিপুৰী নেপালী বঙালীৰাভা মিকিৰ মুছলমান
..............................গাওঁ মিলনৰ গান।
হে ক্ষমতা, তোক ধিক্ শতধিকনেতা-নেত্ৰীৰ তই প্ৰতিজ্ঞা ভুলালি.............................................দেশপ্ৰেমিক তই ভুল পথে ওলালিক্ষমতান্ধ হৈ প্ৰতিজ্ঞা ভুলিলিজ্ঞানান্ধ হৈ তই আদৰ্শ নাশিলি।
সুন্দৰ অতীতলৈ উভতি চাইনিজৰ নিজত্ব ৰাখ উজ্বলাই।
আজি বিহুতলীয়ে কি যে ৰূপ ধৰিছে.............................................অসমীৰ ঘৰতে বিহুৱা আৱেশেদুখেৰে বিদায় মাগিছে।
কোচ কুমাৰ শালৈ যুগী মৰাণ চুতীয়ানেপালী আহোম খৃষ্টান শিখ গণক মৰিয়াপাহাৰ ভৈয়াম জনজাতি কৈৱৰ্ত বনিয়াগোসাঁই বামুণ যত জাতিগণ মিলাই হিয়াত হিয়াআহা আগবাঢ়ি ভাঙি কাৰাগাৰহওঁ আমি একাকাৰ॥
বৰদৈচিলাৰ পৰশ লাগিবসুমতী নিকা হ’লপুৱাৰ হিৰণ কিৰণ পৰিপুৰণি আঁতৰি গ'ল।
“আমি ৰং বিৰঙৰ ফুল ফুলিছোঁনিজৰ নিজৰ ৰঙেনাচি বাগি খেল খেলিছোঁ।এখন ফুলনিতে।”
“সূৰ্য্য উঠিল টোপনি ভাগিলউদাস জনতাৰকৰ্ম বিমুখ জড়তা নাশিজাগিল কৰ্ণধাৰ॥দলিত পীড়িত নিষ্পেষিতৰএই (যে) সময় মুকুতি যুঁজৰসমাজ জাতিষ্কাৰশুনো আহ্বান আকাশ বুকুতস্বদেশ সজোৱাৰ॥”
নানা জাতিৰ সমন্বয়তআমি অসমীয়া,সেয়েহে, আমাৰ সংস্কৃতিবাৰে বৰণীয়া।......................................................................নাচি বাগি খেল খেলিছোএখন ফুলনিতে।
বড়ো মণিপুৰী খাচিয়া ত্ৰিপুৰীখামতি ভগনী গণআহা আগুৱাই লুচাই নাগিনীকৰো আমি আলিঙ্গন।
আই অসমীৰ একেখন চোতালতআমি সাতোজনী ভনীযুগ যুগ ধৰি একেলগে মিলিকৰিলোঁ কত ধেমালি,আজি বিবেদকামীৰ চাতুৰি খেলতহেজাৰ হাতীৰ হেৰুৱালোঁ বলশক্তিহীনা যে আমিসেয়েহে আমাৰ চৌদিশে আজিএন্ধাৰৰ আৱৰণ।
বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছেছলেৰে অমানুহ শিখৰত বহিছেঅজ্ঞৰ আদেশত বিজ্ঞ চলিছেঅজ্ঞৰ দম্ভই ধ্বংস কৰিলেজ্ঞানৰ পবিত্ৰ বিশালতাশেষ হ’ল মানুহৰ মানৱতা।
জ্ঞান বিজ্ঞান কলাকৃষ্টিসাহিত্য সংগীত সংস্কৃতিযত জীপ লৈ সাজি-কাচি উঠে জিলিকিসেই সমাজ দুৰ্বৃত্ত গৰাহত আজি মৃত্যুমুখীসেয়েহে মাতিছোঁ ধুমুহা পচোৱা বৰদৈচিলাউৰুৱাই যতমানে আৱৰ্জনাৰুগ্ন সমাজ বচোৱানহ'লে নেবাচে কলুষ সমাজতসুন্দৰ মানুহৰ সৎ ভাবনা।
দেশৰ নামত উচৰ্গি জীৱনআহিছোঁ ওলাইনাই কোনো ভয়ভয়ক কৰিছো আমি জয়॥
সমাজৰ হেৰ পৃষ্ঠপোষককবি শিল্পী মান্যবৰ
প্ৰাণৰ আপোন দেশ ৰাখিবলৈশক্তিশালী কলম ধৰ।
আদিমযুগ আজি পাৰ হৈ গ'লভয়াল প্ৰকৃতিৰ ৰহস্য আৱৰণ,বিজ্ঞান সাধনাত খোল খাই গ'লযুক্তি তত্ত্বৰ প্ৰমাণ বলতভ্ৰান্ত ধাৰণা নাইকিয়া হ'ল......................................।
যা যা যা যা অসমীয়াসীমান্ত পাৰ হৈ যাকেনেকৈ ঘূৰিছে বিশাল পৃথিৱীচা চকু মেলি চা॥
প্ৰগতিৰ যাত্ৰাত স্থবিৰ অসমীয়াৰস্থান আজি নাই ক'তো নাই।কক্ষচ্যুত হৈ ক'ৰবাত পৰি ৰ'ল।নিজৰ আসন হেৰুৱাইআজিৰ অসমীয়াইভাল বেয়া নিচিনিপ্ৰগতিৰ দৌৰত আছে পিছুৱাইসঙ্গী যাত্ৰীবোৰ গলৈ আগুৱাই।
আমাৰ শ্ৰম দেখো ঘাম হৈ সৰেবুকুৰ তেজ দেখোঁ পানী হৈ পৰেতথাপি নুগুচে ভোগ আমাৰ পেটৰকৰোঁ মাথো সংগ্ৰাম জীৱন মৰণ।
সৌ চোৱা জিলিকে বিলাস ভৱনতিল তিল তিল কৰি ৰক্তপোষণতোমাৰ দেহৰ আমাৰ দেহৰসহস্ৰ বনুৱাৰ কোমল দেহৰকিয় বাৰু বুজা নাই ক্ষুধাৰ্ত জনতাএতিয়াও কিয় হোৱা নাই সচেতন?
আজি গণতন্ত্ৰতো দেখোঁ একেই বিচাৰসৰু বৰ জাত পাত শ্ৰমৰ বিভাগশ্ৰম মৰ্যাদাৰ যিয়ে গান গায়সিয়ে দেখোন শ্ৰমিক দিয়ে লঠিয়াই,শ্ৰমিক ভাতৃ বুলি সাবটিবলৈঅভিজাতে বৰ লাজ পায়।
বন্ধ্যা শিক্ষাই নধৰে ফলফলহীন শিক্ষাত জীৱন অচলঅন্যায় বৃষ্টিৰ নামিল প্লাৱনকৰিলে সমাজে তাত অৱগাহনসেয়েহে নাপাওঁ আমি কতো সুবিচাৰন্যায় বিচাৰি আজি লাগিছে ভাগৰ।
এখন ভাল লগা কিতাপউমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’
“এই শান্তি ৰাখিম আমিএই যে আমাৰ পণশান্তি হৰণ কৰিব যিয়েকৰিম তাক নিধন॥”
“নিদ্ৰা এৰি উঠা অসমীয়াএলাহ আঁতৰাইজিলিকাই তোলা জননীৰ মুখপোহৰ ছটিয়াই।”
“জনসমুদ্ৰ এই দেশৰ বিভিন্ন জাতিগণআহা আগবাঢ়ি নাশি ভেদাভেদগাওঁ মিলনৰ গান।”
সংগীতৰ ঝঙ্কাৰেৰে সমাজক ৰজনজনাই তোলাৰ এক প্ৰয়াসৰ নাম
ৰতন পালজিনজিয়া, বিশ্বনাথ
প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ মাধুৰ্য ⵓএটি বিশ্লেষণ
মুকুট পাঠকৰামদিয়া, কামৰূপ
নিদ্ৰা এৰি উঠা অসমীয়াএলাহ আঁতৰাইজিলিকাই তোলা জননী মুখপোহৰ ছটিয়াইআঁকি দিয়া মলিন মুখতহাঁহি মনোহৰা।
সমাজ ধাননি ৰাখিব খুজিলেবলধক লগোৱা ৰচিগৰু গৰু হৈ ঢাপলি মেলিবধাননি পেলাব খচিমুঠ টান কৰি ধৰিবা ৰচিসুলকি যাতে নাযায়। (প্ৰগতিৰ গানঃ ২৭)
১। বৰ বৰ বলধে ধাননি নাশিহেআনন্দে পেট পুৰায়। (প্ৰগতিৰ গানঃ ২৭)২। আহিব পাৰে কাকতি ফৰিংদিবা তাক উৰুৱাই। (প্ৰগতিৰ গানঃ ২৭)৩। ধাননি বুকুৰ কাকতি ফৰিংজাক পাতি পাতি উৰি। (প্ৰগতিৰ গানঃ ৪২)৪। থাকিলে থাকক শিহু ঘঁৰিয়ালপথৰ কণ্টক ভাই। (প্ৰগতিৰ গানঃ ৪৮)
আহ আহ আহ হেৰ অসমীয়াএতিয়াও আহ আহ হেৰ অসমীয়াবাহিৰে ভিতৰে হৈ অসমীয়াজিলিকাই তোলো আমিবিশ্বৰ দৰবাৰ। (প্ৰগতিৰ গানঃ ৫৩)
নাচ নাচ নাচ নাচ বিহুৱা...............নাচ নাচ নাচনী নাচ................আহ আহ আহ হেৰ অসমীয়া। (প্ৰগতিৰ গানঃ ৫২, ৫৩)
আমি সুৰৰ পূজাৰী দলসুন্দৰ বিচাৰি যাওঁ।সুৰৰ মায়াত মুগ্ধ আমিসাধনাৰ শান্তি পাওঁ। (প্ৰগতিৰ গানঃ ৬০)
বড়ো, মণিপুৰী, খাচিয়া, ত্ৰিপুৰীখামতি ভগিনী গণ,আহা আগুৱাই লুচাই, নাগিনীকৰো আমি আলিঙ্গন॥..............
আই অসমীৰ একেখন চোতালতআমি সাতোজনী ভনীযুগ যুগ ধৰি একেলগেমিলি কৰিলোঁ কত ধেমালি,আজি বিভেদকামীৰ চাতুৰী খেলতহেজাৰ হাতীৰ হেৰুৱালো বল................দূৰ অতীতৰ মৰম চেনেহহ’ক জ্যোতিষ্মান,ঐক্য ডোলেৰে বান্ধ খাই কৰোঁপোহৰৰ অভিযান। (প্ৰগতিৰ গানঃ ১২)
বিহুৰ বৈজয়ন্তী তলতকৰো আমি পণগগণচুম্বী উদাৰ অসীমহ’ক আমাৰ মনবিশাল মনৰ পৰিধিৰেবিশাল বিশ্বক আকোঁৱালিগাওঁ প্ৰগতিৰ গান। (প্ৰগতিৰ গানঃ ৪৬)•
প্ৰয়াত উমেশ বৈশ্যৰ “সুৰ বিচাৰি বাৰ বছৰ”—এটি পৰ্যালোচনা
জন সমুদ্ৰ এই দেশৰ (ভাৰতবৰ্ষ)বিভিন্ন জাতিগণআহা আগুৱাইনাশি ভেদাভেদগাওঁ মিলনৰ গান॥পাহাৰৰে বাসী আমিস্বাধীন জনজাতিএই ভাৰত ভূমিত আমিআদিম অধিবাসীযুগ যুগ ধৰি সাৱটিছোঁএই দেশৰে মাটিআমাৰ উদাৰ হিয়া প্ৰাণগাওঁ মিলনৰ গান॥সিন্ধু নদীৰ তীৰত আমিআৰ্য্য হিন্দু হলো আহিবেদ-বেদাঙ্গ-ধম্মপদৰপূণ্য বাণী দিলোঁ আমি‘বসুধৈৱ কুটুম্বকম’বিশ্বজিনি দিলোঁ বাণী‘অহিংসা পৰম ধৰ্ম’বুদ্ধবাণী দিলোঁ আমিপশ্চিম দেশৰ বাসী আমিমুছলিম আৰু মিছনাৰীবিলাই ইছলাম যীশুৰ বাণীভাৰত ভূমি পালোঁ আহি
जन सागर इस भारतबर्षकाभिन्न जातिगणआओ आगे बढ़ाए कदमगाए मिलन के गान॥पहाड़घाटी वासी हमआदिम जनजातिइस भूमि के गोद में हमआदिम अधिवासीयुग युगों से चुम आएइस देश कि मिट्टीहमारे उदार हृदय प्राणगाए मिलन के गान॥हिंधु नद के किनारे हमआर्य हिन्दु बन गएवेद वेदांग धम्म पद कीपुण्य वाणी दी हमने‘बसुधैव कुतुम्वकम’दिव्यवाणी दीं हमने‘अहिंसा परम धर्म’बुद्धवाणी दी हमनेपश्चिम देश के वासी हममुसलिम और मिसनारीफैलाए इसा की वाणीभारत भूमि आ गए
পালোহি হিন্দুস্থানগাওঁ মিলনৰ গান॥ভাৰতবৰ্ষ আমাৰ দেশমিলন তীৰ্থ আমাৰ দেশআমি মহাজাতি মাতৃভূমি ভাৰতীআমাৰ জয় নিচানগাওঁ মিলনৰ গানপ্ৰেমৰ ঐক্যতান॥
पहुँचे हिन्दुस्थान,गाए मिलन के गान॥भारतवर्ष हमारे देशमिलन तीर्थ हमारे देशहम महाजाति मातृभूमि भारतीहमारे जय निशानगाए मिलन के गान॥।
আমি কলিফুল ৰং বিৰঙৰফুলি আছোঁ ৰং মনে॥* * *ৰঙীন শিশুজীৱন আমাৰআমি নিষ্কলুষবিলাওঁ আমি প্ৰেমৰ আলোকআমাৰ হাঁহিমুখআমি মিলিজুলি খেলি ফুৰোঁবনে উপবনে॥* * *শুনিছোঁ আমি এই পৃথিৱীতমানৱ সমাজ আছে।য'ত অন্যায় প্ৰচণ্ড বতাহউত্তাল হৈ নাচে।সেই কলুষ সমাজ বুকুত আমিপাৰিম নে ৰ'বলৈ?জাগিছে মনত এই প্ৰশ্নবাৰে বাৰে ঘনে ঘনে॥* * *নেজানোঁঁ আমি তোমাৰ স্বৰূপ হে সমাজযদি বিষাক্ত তোমাৰ স্বৰূপ হে সমাজ,নাসাজিবা সেই ৰূপেৰে,এই কামনাৰে॥
रंग-विरंगे कली हमखिल रहे हैं रंगीन-मन॥●●●रंगीन शैशव हमाराहम निष्कलुषबिखेरते हम प्रेम-आलोकमुस्कुराते हमारे चेहरेहम मिलकर विचरते हैंवन-उपवन में।●●●सुना है इस धरती मेंमानव समाज हैजहाँ अन्याय-अनीतितांडव करते हैं।इस कलुषित समाज मेंक्या हम जी सकेंगे?मन में कौंधता है यह प्रश्रबार-बार पल-पल●●●हम अज्ञात, समाज से, तुम्हारे स्वरूप सेयदि विषैला स्वरूप तुम्हाराछोड़ दो यह रूपयही हमारी कामना॥
উমেশ বৈশ্যৰ দ্বাৰা ৰচিতবিভিন্ন গ্ৰন্থৰ পাতনি
ৰচনা মালিকাপ্ৰথম ভাগ(বাৰ বছৰীয়া পাঠ্যক্ৰম অনুযায়ী৫ম মানৰ বাবে)লিখক– উমেশ বৈশ্যপ্ৰকাশনতঃ পূৰ্বাঞ্চল প্ৰকাশনীগুৱাহাটী-১১ম প্ৰকাশঃ ১৯৭৭ চনগ্ৰন্থকাৰৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিতমূল্যঃ ২.৫০ টকা মাত্ৰছপাঃ শ্ৰীকালীশঙ্কৰ গুহসৰযূ প্ৰেছ, শ্ৰীৰামপুৰ, হুগলী
৺ জেঠিতোমাৰ শ্ৰীচৰণতঅৰপিলোঁ অকণি ‘মিলন’।ফুল বুলি লবা।—উমেশ
সুৰ বিচাৰি বাৰ বছৰ(উমেশ বৈশ্য নিৰ্বাচিত প্ৰবন্ধ সংকলন)সম্পাদনা :ড° শেখৰ জ্যোতি বৈশ্যনীলোৎপল শৰ্মাপ্ৰকাশক : লুকুমণি চৌধুৰীবাণী প্ৰকাশ,যশোৱত্ত ৰোডপাণবজাৰ, গুৱাহাটী-১১ম প্ৰকাশ : নৱেম্বৰ, ২০১৫ চনঅলংকৰণ : খাইৰুল হক চৌধুৰীড° শেখৰ জ্যোতি বৈশ্যৰ দ্বাৰা সৰ্বস্বত্বসংৰক্ষিতমূল্য : ২০০.০০ টকামুদ্ৰকঃ পাৰফেক্ট ইমেজাছ, ৰাজগড় ৰোড,গুৱাহাটী-৩
সুৱাগীদুমহীয়া আলোচনী১ম বছৰ, ২য় সংখ্যা, ২৮.২.৮১ ইং
সুৱাগীসংস্কৃতিমূলক দুমহীয়া আললাচনীঅক্টোবৰ আৰু নবেম্বৰ সংখ্যা,১৯৮১ ইং
প্ৰয়াত উমেশ বৈশ্যৰ সৃষ্টিকৰ্মসম্পৰ্কে বিভিন্নজনৰ মন্তব্য
"The ideas flowing from the pen of LateUmesh Baishya enthused me."Prof. Amarjyoti Choudhury
লগােৱা নাকী ছাত্র শক্তিনেৰিবা মুঠিটি টানবন্য শক্তি নাশিবলৈ তুমিহােৱা যেন শক্তিমানহােৱা চিৰ আয়ুষ্মান।
পঞ্চদশ শতিকাত শঙ্কৰে ৰাখিলেআই অসমীৰ মান;কুৰি শতিকাত ছাত্ৰই কৰিলেমাতৃক মহীয়ান।দিলে অসমীয়া দানবধি ঘৰ-শত্ৰু বিভীষণ।জয় জয় হে মহান শক্তিছাত্ৰ তোমাৰ নামচিৰ জাগ্ৰত থাকিবা তুমিতোমালৈ মোৰ প্ৰণাম।ঊনৈশ শতিকাৰ বুকুতঅসমী আইৰ সন্তানলক্ষী, চন্দ্ৰ, হেম জননী পূজি।
হৈ ৰ'ল কীৰ্ত্তিমান।
কমলা কান্তই জাতীয় প্ৰেমৰমন্ত্ৰ কৰিলে দানএকে মন্ত্ৰেৰে টেটুফালি গ’লঅম্বিকাই দেশৰ প্ৰাণ।কোনো নাই আজি দেশ বচাবলৈঅভাগী মাতৃ-ম্লান;আছে লাখে লাখে ৰূপ কদাকাৰব-ছেৰা কুসন্তান।ৰজা-মন্ত্ৰীৰ চাতুৰী খেলতদেশ আজি থান-বানৰাজ-পৰিষদৰ দেশ প্ৰেমতউৰিল দেশৰ প্ৰাণ।লগোৱা নাকী ছাত্ৰ শক্তিনেৰিবা মুঠিটি টানবন্য শক্তি নাশিবলৈ তুমিহোৱা যেন শক্তিমানহোৱা চিৰ আয়ুষ্মaন।
সূৰ্য্য উঠিল টোপনি ভাঙিলউদাস জনতাৰকর্মবিমুখ জড়তা নাশিজাগিল কর্ণধাৰ॥০০০
দলিত পীড়িত নিষ্পেষিতৰএই সময় মুকুতি যুঁজৰসমাজ জাতিষ্কাৰশুনো আহ্বান আকাশ বুকুতসমাজ সজোৱাৰ।
০০০
ধােলি মালী লাল বেগী হীৰাবাছফোৰ বণিয়া,ধােবী মহৰা মেটৰ মুচীজালকেওট জালীয়ানমঃ শূদ্র জালােমালাে পাটনি সূত্রধৰএক বাগিছাৰ কুসুম আমি গন্ধপুষ্পহাৰ ৷৷
০০০
কোচ কুমাৰ শালৈ যােগী মৰাণ চুতীয়া,নেপালী আহােম খৃষ্টান শিখ গণক মৰীয়া,পাহাৰ ভৈয়াম জনজাতি কায়স্থ কলিতা,গােসাই বামুণ যত জাতিগণ মিলাই হিয়াত হিয়া,আহা আগবাঢ়ি ভাঙি কাৰাগাৰ হওঁ আমি একাকাৰঐক্যবদ্ধ সুৰেৰে আমি প্রগতিৰ গীত গাওঁপথৰ কণ্টক আঁতৰাই আমি সমাজ গঢ়ি যাওঁ,আজি নতুন দিনৰ নতুন পুৱাত হওক এই অঙ্গীকাৰ৷৷
হে ধুমুহা, হে পচোৱা, বৰদৈছিলা, তুমি আহাতুমি আহা আহা আহা ......অসমীৰ চোতালত বিহগছ গজিছেভাঙি ছিঙি উৰুৱাই নিয়া নিয়াহে ধুমুহা, হে পচোৱা, বৰদৈছিলা, তুমি আহাতুমি আহা আহা আহা ॥০০০বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছেচলেৰে অমানুহ শিখৰত বহিছেঅজ্ঞৰ আদেশত বিজ্ঞ চলিছেঅজ্ঞৰ দম্ভই ধ্বংস কৰিলেজ্ঞানৰ পৱিত্ৰ বিশালতাশেষ হ’ল মানুহৰ মানৱতা৷৷০০০জ্ঞান বিজ্ঞান কলাকৃষ্টিসাহিত্য সঙ্গীত সংস্কৃতিয'ত জীপ লৈ সাজিকাছি উঠে জিলিকি
সেই সমাজ.... সেই সমাজ.....দুবৃৰ্ত্ত গৰাহত আজি মৃত্যুমুখী... মৃত্যুমুখী..... মৃত্যুমুখী।সেয়েহে মাতিছোঁ ধুমুহা, পচোৱা, বৰদৈছিলা,উৰুৱাই যতমানে আবৰ্জনা ৰুগ্ন সমাজ বচোৱা...বচোৱা..... বচোৱা..... বচোৱা.....নহলে নেবাচে কলুষ সমাজতসুন্দৰ মানুহৰ সৎ ভাবনা.....সুন্দৰ মানুহৰ সৎ ভাবনা॥
কলীয়া এন্ধাৰ যাই ধীৰে ধীৰেকাৰ্য্যৰ অৱসান লৈ,লাহেকৈ সূৰুযে ভুমুকি মাৰেহিদিব্য ৰূপে ভূষিত হৈ॥শ্যামলী ধৰাৰ গছ লতিকাইভাবতে বিভোৰ হই;আছে ঠিয় হই ধৰণী বুকুতবিভূক প্ৰণামি ৰই॥পাতৰে আঁৰতে চিৰিকতি গনেনানান শুৱনি সুৰে,হৰষিত মনে গীত গাই গাইপুৱাৰ বাতৰি দিয়ে॥সোণোৱালী বেলিৰ হেঙুলী পোহৰেসলায় কতনো ৰূপ,ক্ষন্তেকতে হয় ৰঙা, নীলা, কলাহই উঠে অপৰূপ॥চপৰা চাপৰি মেঘৰ মাজেৰেমিচিকি হাঁহিটি মাৰিলুকা ভাকু খেলি প্ৰভাতী সূৰুযেআকাশ শুৱনি কৰে॥*
এই যে তীৰ্থ বিদ্যাভূমিস্বৰ্গাদপি গৰীয়সীএই যে আমাৰ জীৱন গঢ়াপুণ্য তপোবনশান্তি নিকেতন॥০০০দুচকু থাকিও অন্ধ আমিজ্ঞানৰ নেদেখোঁ পথআমাৰ ভগন মনোৰথ,এই তীৰ্থই দেখালে আমাকআলোৰ স্বৰ্ণ পথ।সেয়েহে আমাৰ এই প্ৰাঙ্গনজীৱনৰ মৌ বন॥০০০আমি ফুলি আছোঁ ভাগে ভাগেএই ফুলনিত মহাৰঙেনতুন নতুন ৰঙীন সপোনজাগে আমাৰ প্ৰাণে প্ৰাণেফুল বাগিছাৰ মালী আমিআমাৰ চেনেহ প্ৰাণে প্ৰাণেসুবাস বিলাই জগৎ জিনিমসুবাস বিলাই জগৎ জিনিহম কীৰ্তিমানএই যে আমাৰ পণ॥
“তেখেতৰ কর্তব্যপৰায়ণ গুণ, সমাজ আৰু আত্মীয়লােকৰ প্ৰতি থকা আন্তৰিকতা, বিদ্যালয়খনৰ প্ৰতি থকাভালপােৱা, সাহিত্য সেৱাৰ মনােভাৱ, প্রবক্তা হিচাপেতেখেতে আমাৰ মাজত প্রখ্যাত হৈ পৰিছিল। নিজৰ জন্মঠাইৰ লােকৰ প্ৰতি তেওঁৰ আছিল এক সুকীয়া ভালপােৱা।”—হাচিম আলীঅধ্যক্ষ, নাহৰগুৰিহাট উঃ মাঃ বিদ্যালয়
বিনীত–শ্ৰীগুণেশ্বৰ শৰ্মাড° বসন্ত কুমাৰ ভট্টাচাৰ্য্যশ্ৰীকামিনী শৰ্মাশ্ৰীহৰেন্দ্ৰ কুমাৰ দত্তশ্ৰীপ্ৰফুল্ল কলিতাশ্ৰীৰুমী দেৱী নায়কশ্ৰীপ্ৰফুল্ল কুমাৰ শৰ্মানলবাৰী২৪/৭/৯৮ ইং
যোগাযোগৰ ঠিকনাঃশ্ৰীউমেশ চন্দ্ৰ বৈশ্যবিৰুবাৰী বাথৌ মন্দিৰ পখডাক- গোপীনাথ নগৰগুৱাহাটী-১৬একাউণ্ট নং- ২২৯৬৮অসম কো-অ’পাৰেটিভ এপেক্স বেংকগুৱাহাট শাখা।পাণবজাৰ, গুৱাহাটী- ১
তোমাৰ–স্বামী উঃ বৈশ্য
আপোনাৰ বিশ্বাসীআৰু গুণমুগ্ধশ্ৰীউমেশ বৈশ্য
মোৰ ঠিকনা—বিৰুবাৰী।পোঃআঃ গোপীনাথ নগৰগুৱাহাটী-১৬, কামৰূপ (অসম)
ইতি–
আপোনালোকৰ বিশ্বাসীশ্ৰীউমেশ বৈশ্য
বিঃদ্ৰঃ- আপোনাৰ খামতে মাধৱ ডেকাআৰু যুগল বৰ্মনৰ নামত চিঠি এখনপঠালো। আশাকৰো তেওঁলোকক দিয়াৰব্যৱস্থা কৰিব।
ইতি–
আপোনালোকৰ বিশ্বাসীশ্ৰীউমেশ বৈশ্য
ইতি–
আপােনাৰ বিশ্বাসীশ্রীউমেশ বৈশ্য
বন্ধুবৰ্গৰসৈতেজীৱনৰবিভিন্নসোণোৱালীমুহূৰ্ততপ্ৰয়াত উমেশ বৈশ্য
Comments
Loading comments…